• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত বিভিন্ন স্থানত বন বিভাগে অভিযান চলাই জব্দ কৰে অবৈধ কাঠফলা মিল

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , April 27, 2018 7:37 pm

1 min read

কাঠফলা
84
VIEWS
Share on FacebookShare on Twitter

আজি(শুকুৰবাৰ) বন বিভাগে নগাঁও সদৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত চলি থকা অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাই।

উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন স্থানত অবৈধ কাঠফলা মিল চলি থকা বুলি স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন কৰি আহিছিল। ফলত বন বিভাগে আজি কেইবাদিনো ধৰি অঞ্চলটোত অভিযান চলাই আহিছিল।

আজি দিনৰ ভাগত বন বিভাগৰ এটা দলে নগাঁও সদৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত জুৰীয়া আৰক্ষী থানাৰ এলেকাৰ আমতলা, জামুগুৰি আৰু কালিয়াডিঙাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়।

প্ৰাপ্ত তথ্য মতে নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া প্ৰভাত বৰা আৰু ৰূপহীহাট ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত নগাঁও বন কাৰ্যালয়ৰ বনকৰ্মী, বন সুৰক্ষা বাহিনী আৰু স্থানীয় আৰক্ষীৰ সহযোগত এটা ১৮ জনীয়া দলে আমতলাত অভিযান চলাই আব্দুল মোতালিব নমাৰ এজন ব্যক্তিৰ এটা অবৈধ কাঠফলা মিল জব্দ কৰে। অৱশ্যে এই অবৈধ কাঠফলা মিলটোৰ গৰাকী পলাই সাৰিবলৈ সক্ষম হয়।

স্থানীয় ৰাইজে বন বিভাগে অঞ্চলটোত অভিযান চলালে আৰু এনে ধৰণৰ বহু অবৈধ কাঠফলা জব্দ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে। p

Recent News

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd