DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ দ্বাৰা কৃতী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক অভিনন্দন

মিণ্টু দাস by মিণ্টু দাস
June 19, 2018 9:44 pm
Felicitation at Nagaon
107
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰী আৰু সংশ্লিষ্ট বিষয়ৰ কৃতী শিক্ষকসকলক অভিনন্দন জনোৱা হয়।

এই উপলক্ষে আজি ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত জিলা সমিতিৰ সভাপতি পংকজ কুমাৰ নাথৰ পৌৰোহিত্যত এক বিশেষ সভা অনুষ্ঠিত হয়।

জিলা সমিতিৰ সম্পাদক জিতেন চন্দ্ৰ হাজৰিকাই আঁ‌ত ধৰা অনুষ্ঠানত নগাঁও, কলিয়াবৰ আৰু হোজাইৰ ৪৫ জন কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে ৪৫ জন শিক্ষকক আনুষ্ঠিকভাৱে অভিনন্দন জনোৱা হয়। জিলা সংমণ্ডলসমূহৰ পৰিদৰ্শক মৃদুল নেওগ বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ উদেশ্যে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে, আজিকৰ এই অনুষ্ঠানতে সন্থাৰ তৰফৰ পৰা জিলাখনৰ ৪০ জন অধ্যক্ষক সম্বৰ্দ্ধনা জনোৱা হয়। কৃতী ছাত্ৰ-ছাত্ৰীসকলক প্ৰশস্তি পত্ৰ, গ্ৰন্থ টোপোলাৰ আৰু কৃতী শিক্ষকসকলক মানপত্ৰ, গামোচা আৰু গ্ৰন্থ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰা হয়।

এই অনুষ্ঠানত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি লীলাৰাম বৰা, সন্থাৰ উপদেষ্টা চন্দ্ৰেশ্বৰ বৰা, উপ সভাপতি মৃগাংক বৰা, নলীনি কুমাৰ বৰা, সহ সম্পাদক ইব্ৰাহীম আলী, গুণনিধি মহন্তকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট লোকৰ লগতে তিনি শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd