• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত ৰকিবুল হুছেইনৰ সম্পত্তিত তালাচী আৰক্ষীৰ দুৰ্নীতি নিবাৰক কোষৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 19, 2018 11:33 pm

1 min read

Rockybul Hussain
83
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ নগাঁৱত থকা সম্পত্তিত আজি ১৯ এপ্ৰিলত তালাচী চলাই অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে। কংগ্ৰেছৰ পৰা নিলম্বিত নেতা অনিল ৰাজাৰ গোচৰৰ ভিত্তিত আজিৰ এই তালাচী চলোৱা হৈছে।

গুৱাহাটীৰ পৰা আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ অধীক্ষক প্ৰণৱজ্যোতি গোস্বামীৰ নেতৃত্বত যোৱা এটা ৮ জনীয়া দলে আজি এটা পে’ত্ৰল পাম্প, চলাচাৰ ৰেষ্টুৰেণ্টকে ধৰি নগাঁৱৰ কেবাটাও স্থানত তালাচী চলায়।

আনহাতে আৰক্ষীৰ তালাচীৰ পিছতে নগাঁৱত এক সংবাদমেল আয়োজন কৰি ৰকিবুল হুছেইন তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ চলা বুলি উল্লেখ কৰি কয় যে ‘যদি অভিযোগ অনুযায়ী মোৰ বিৰুদ্ধে এটাও প্ৰমাণ আনিব পাৰে, তেন্তে তিনিগুণ শাস্তি মই মানি ল’ম।’

হুছেইনে তদন্তসমূহত ‘সততাৰে সহযোগ’ কৰি যাব বুলি আৰু ‘যদি ভয় খুৱাবলৈ তদন্ত কৰিছে মই ভয় নাখাও সাহসেৰে যুঁজি যাম’ বুলিও মন্তব্য কৰে।

তদন্তকাৰী আৰক্ষীয়ে জনোৱা মতে অহা দুই-এদিনতে সোধা-পোচাৰ বাবে হুছেইনক জাননী দিয়াৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে অনিল ৰাজাই ৰকিবুল হুছেইনৰ নামে-বেনামে অসংখ্য সম্পত্তি আছে বুলি কিছুদিন আগতে সংবাদ মাধ্যমলৈ এখন তালিকা প্ৰেৰণ কৰাৰ লগতে এটা গোচৰো ৰুজু কৰিছিল।

ৰাজাৰ অভিযোগৰ বিপৰীতে হুছেইনে ৰাজাৰ বিৰুদ্ধেও এক গোচৰ ৰুজু কৰিছিল।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd