• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰেধিতাৰে নগাঁৱৰ উৰিয়াগাঁৱত মহন্তৰ নেতৃত্বত অগপৰ জোঁৰ সমদল

মিন্টূ দাস by মিন্টূ দাস
June 2, 2018 10:51 am
Former Assam CM Mahanta keeps his cool, says coming electoral fight will be tough for AGP

ফাইল ফটো- প্ৰফুল্ল মহন্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি দলে অৱস্থান গ্ৰহণ কৰি  বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে বিভিন্ন বিভ্ৰান্তিকৰ  মন্তব্য প্ৰদান কৰিছে, সেই সময়তে মিত্ৰজোঁ‌ট চৰকাৰখনৰ অন্যতম অংশীদাৰ অসম গণ পৰিষদ দলে বিধেয়কখনৰ বিৰূদ্ধে অহৰহ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা কাৰ্য‌ই ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰিছে।

এই প্ৰতিবাদৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন স্থানত দলটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে। শুকুৰবাৰে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দলটোৰ নগাঁও সমিতি আৰু উৰিয়াগাঁও আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত উৰিয়াগাঁৱত জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে এক জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

স্থানীয় কেবাটাও সংগঠন আৰু ৰাইজৰ সহযোগত উলিওৱা এই জোঁ‌ৰ সমদলে উৰিয়াগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কঁ‌পাই তোলে। কেবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ কেন্দ্ৰীয় চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আদিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

জোঁ‌ৰ সমদলত অংশ লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা স্থানীয় বঢ়মপুৰ সমষ্টিৰ বিধায়ক মহন্তই কয় – বিধেয়কখন আইনত পৰিণত হ’লে অসমীয়া জাতি সংখ্যালঘুত পৰিণত হ’ব। অসমৰ ভাষা-সংস্কৃতিও বিপন্ন হ’ব। সেয়ে কোনো কাৰণতেই এই বিধেয়কখন মানি লোৱা নহয়।

অসমৰ ৰাইজৰ আৱেগ-অনুভূতিক সন্মান জনাই কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই বিধেয়কখন প্ৰত্যাহাৰ কৰিব লাগে। এই ক্ষেত্ৰত অসম চৰকাৰে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা উচিত। প্ৰসংগ ক্ৰমে তেওঁ বিধেয়কখনৰ বিৰুদ্ধে সকলো স্তৰৰ ৰাইজক ৰাজপথত উলাই আহিবলৈ আহ্বান জনায়।

এই জোঁ‌ৰ সমদলত মহন্তৰ লগতে অগপৰ জিলা সম্পাদক নিৰঞ্জন বৰা, উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি তোষেশ্বৰ কলিতা, সম্পাদক লীলা শৰ্মা, দলটোৰ যুৱ সংগঠন যুৱ পৰিষদৰ জিলা সম্পাদক ৰঞ্জন বৰা, বঢ়মপুৰ সমষ্টিৰ অগপৰ নেতা-কৰ্মীসকলেও অংশ গ্ৰহণ কৰে।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd