DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ চৰাইবাহী বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত কুজিসত্ৰত ৪ দিন ধৰি বিদ্যুৎ ব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 11:11 pm
বিদ্যুৎ
79
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমপ্ৰান্তৰ তথা চৰাইবাহী বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ কুঁজিসত্ৰত আজি ৪ দিন ধৰি বিদ্যুত সেৱা ব্যাহত হৈ থকাত স্থানীয় ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে ঐতিহাসিক কুঁজিসত্ৰলৈ যোৱা মুখ্যদ্বাৰৰ সমীপতে থকা এটা বিদ্যুতৰ খুঁটা যোৱা ২৫ এপ্ৰিলৰ বিয়লি অহা এজাক ধুমুহাত ভাগি পৰাৰ ফলত আজি ৪ দিন ধৰি অঞ্চলটোত বিদ্যুৎ সেৱা বন্ধ হৈ আছে।

যাৰ ফলত বিদ্যুত সেৱা বন্ধ হৈ থকাৰ বাবে অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ব্যৱসায় প্ৰতিষ্ঠান আৰু সৰ্বসাধাৰণ ৰাইজে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব লগীয়া হৈছে।

ইতিমধ্যে বিদ্যুৎ সেৱা ব্যাহত হৈ থকা ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাইজে সংশ্লিষ্ট চৰাইবাহী বিদ্যুৎ সংমণ্ডলক অৱগত কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ফলত স্থানীয় ৰাইজে শীঘ্ৰে অঞ্চলটোত এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Recent News

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd