• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ বটদ্ৰৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , March 25, 2018 10:15 pm

1 min read

নগাঁৱৰ বটদ্ৰৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ
104
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্য কঁপাই যোৱা নগাঁৱৰ বটদ্ৰৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত তথা নৰপিশাচ জাকিৰ হুছেইনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ।

প্ৰাপ্ত তথ্য মতে নগাঁৱৰ ইটাপাৰা লাওগাঁৱৰ পৰা আৰক্ষীয়ে জাকিৰ হুছেইনক আটক কৰে।

আৰক্ষীয়ে সূত্ৰই জনোৱা অনুসিৰ জাকিৰ হুছেইনৰ কল ৰেকৰ্ডৰ আঁত ধৰিয়েই জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে জাকিৰ হুছেইনে লগৰ এজন সহযোগীক ফোন কৰিছিল। আৰু আৰক্ষীয়ে তাৎক্ষণিকভাৱে সহযোগী জনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে আৰক্ষীৰ ফাণ্ডত পৰে জাকিৰ হুছেইন।

এই নৰপিশাছ জাকিৰ হুছেইনে লগৰ দুজন সহযোগীৰ সৈতে মিলি ২৩ মাৰ্চত স্কুলৰ পৰা আহি থকা অৱস্থাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি জ্বলাই দিছিল।

আনহাতে জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সকলোৱে জাকিৰক অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছ।

Recent News

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd