• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগা চুক্তিক সহ্য নকৰে অগপই :অতুল বৰা

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, গোলাঘাট:
, December 3, 2017 11:15 am

1 min read

agp picture

প্ৰতিনিধিত্বমূলক চিত্ৰ

84
VIEWS
Share on FacebookShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদ দলে নিৰ্বাচনী প্ৰচাৰত উঠি পৰি লাগিছে।কালি গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢেকিয়ালত এখন বিশাল ৰাজহুৱা অভিৱৰ্তন অনুষ্ঠিত কৰে। অভিৱৰ্তন খনত সভাপতিত্ব কৰে গোলাঘাট জিলা সমিতিৰ সভাপতি পৱন শইকীয়া আৰু আঁত ধৰে সম্পাদক আটিকুৰ ৰহমানে। অগপ দলৰ কেন্দ্ৰীয় সভাপতি তথা কৃষি মন্ত্ৰী  অতুল বৰা, পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমতিৰ মুখ্য আহ্বায়ক ফণীভূষণ চৌধূৰী, যুৱ পৰিষদৰ সভাপতি সুনীল দত্ত আদিকে ধৰি বহুতো নেতা অভিৱৰ্তন খনত উপস্থিত থাকে। ভাষণ প্ৰসংগত  অতুল বৰাই কোনো কাৰণতে নগা চুক্তি মানি নলয় বুলি সভাত স্পষ্ট কৰি দিয়ে। লগতে কয় নাগালিমৰ নামত যদি অসমৰ ভূ খণ্ডত অলপো আঁচোৰ পৰে তেন্তে ইয়াৰ তীব্ৰ বিৰোধিতা কৰা হ’ব বুলি জনসাধাৰণৰ আগত ব্যক্ত কৰে। আনহাতে পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমতিৰ মুখ্য আহ্বায়ক তথা বিধায়ক ফণীভূষণ চৌধূৰীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিয়ে।তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচন এখন ছেমি ফাইনেল, গতিকে ২১ত চৰকাৰ দখল কৰিব হ’লে পঞ্চায়ত দখল কৰি ৰাজ্যৰ জনসাধাৰণৰ মনত বিশ্বাস স্থাপন কৰিব লাগিব।সভাত দলে ঐক্যবদ্ধ ভাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি ল’লে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd