• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 11:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোচৰৰ শুনানি চলি আছিল। সেই সময়ত এজন অধিবক্তাই বিয়েৰৰ মগত চুমুক দিছে। কেৱল সেয়াই নহয়। বিয়েৰৰ মগটোত চুমুক দি থাকোঁতে তেওঁ ফোনতো কথা পাতে। বিষয়টো আদালতে ভাল দৃষ্টিৰে চোৱা নাই।

অধিবক্তাগৰাকীৰ এই আচৰণত ন্যায়াধীশগৰাকীও স্তম্ভিত হৈ পৰে। অধিবক্তাগৰাকীৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছে। এই ঘটনা গুজৰাট উচ্চ ন্যায়ালয়ৰ।

Apply Now

এই ঘটনা কিছুদিন আগতে সংঘটিত হৈছিল। কিন্তু মঙলবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ অধিবক্তাগৰাকীৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰে।

বাতৰি অনুসৰি এই ‘অৱজ্ঞাসূচক আৰু স্পষ্ট আচৰণ’ৰ বাবে ভাস্কৰ তান্না নামৰ জ্যেষ্ঠ অধিবক্তাগৰাকীৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছে।

প্ৰতিবেদন অনুসৰি যোৱা ২৫ জুনত গুজৰাট উচ্চ ন্যায়ালয়ত এটা গোচৰৰ ভাৰ্চুৱেল শুনানি চলি আছিল। সেই সময়ত অধিবক্তাগৰাকীয়ে বিয়েৰৰ মগত চুমুক দি আন এজনৰ লগত মোবাইল ফোনত কথা পাতি আছিল। সেই মুহূৰ্তটোও কেমেৰাত ধৰা পৰে। এতিয়া সেই সময়ৰ ছবি আৰু ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতে গুজৰাট উচ্চ ন্যায়ালয়ে  অধিবক্তাগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰে।

ইয়াৰ সমান্তৰালকৈ ন্যায়াধীশ এ এছ ছুপেহিয়া আৰু ন্যায়াধীশ আৰ টি ভাছানীৰ বিভাগীয় বিচাৰপীঠে ভাস্কৰ তান্নাৰ আচৰণৰ বাবে জ্যেষ্ঠ অধিবক্তাৰ মৰ্যাদা বাতিল কৰিব লাগে বুলি কয়। অৱশ্যে গোচৰৰ শুনানি গ্ৰহণৰ পিছত অধিক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে।

গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ ভাটৰ বিচাৰপীঠৰ সন্মুখত সংঘটিত হৈছে বিয়েৰত চুমুক দিয়াৰ এই ঘটনা। পিছত এই ঘটনাৰ এটা ভিডিঅ’ ক্লিপ ব্যাপকভাৱে প্ৰচাৰিত হয়।

এই ঘটনাক তীব্ৰ গৰিহণা দি ন্যায়াধীশ এ এছ ছুপেহিয়া আৰু ন্যায়াধীশ আৰ টি ভাছানীৰ বিভাগীয় বিচাৰপীঠে কয় যে এনে আচৰণক আওকাণ কৰিলে ন্যায়পালিকা আৰু আইনৰ শাসনৰ ওপৰত ইয়াৰ ‘ব্যাপক আৰু গুৰুতৰ প্ৰভাৱ’ পৰিব। ইয়াৰ ফলত আইনৰ শাসন ধ্বংস হ’ব বুলিও আদালতে কয়। একে সময়তে তেওঁৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়া হৈছে।

আদালতে অধিবক্তাগৰাকীলৈ জাননীও প্ৰেৰণ কৰিছে। অহা দুসপ্তাহৰ ভিতৰত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব। গোচৰটো নিষ্পত্তি নোহোৱালৈকে কোনো ভাৰ্চুৱেল শুনানিত অংশগ্ৰহণ কৰিব নোৱাৰিব অধিবক্তাগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd