DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন ছিম সংযোগৰ বাবে বাধ্যতামূলক নহয় আধাৰ কার্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2018 12:56 pm
bbbb
101
VIEWS
Share on FacebookShare on Twitter

অসমকে ধৰি সমগ্ৰ উত্তৰ- পূবত আধাৰ কাৰ্ডক লৈ ৰাইজৰ মাজত ব্যাপক বিভ্ৰান্তি তথা বেমেজালি চলি থকাৰ মাজতে মোবাইল ফোন কোম্পানীসমূহলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে কেন্দ্ৰীয় চৰকাৰে।

মঙলবাৰে ভাৰত চৰকাৰে এই সন্দৰ্ভত গ্ৰহণ কৰা এক সিদ্ধান্তমৰ্মে উত্তৰ- পূৰ্বাঞ্চলকে ধৰি দেশৰ সকলো গ্ৰাহক আধাৰ কাৰ্ড অবিহনেই ছিম কাৰ্ড লাভ কৰিব পাৰিব৷

মঙলবাৰে ভাৰতৰ টেলিকম সচিব অৰুণা সুন্দৰৰাজনে এক বিবৃতিযোগে টেলিকম সংস্থাসমূহক চালকৰ অনুজ্ঞা পত্ৰ, পাছপৰ্ট, ভোটাৰ পৰিচয় পত্ৰ আদি যিকোনো পৰিচয় পত্ৰ গ্ৰহণ কৰি ছিমৰ নতুন সংযোগ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷

গ্ৰাহকসকল যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি গুৰুত্ব দি অতি সোনকালে এই নিৰ্দেশ কাৰ্যকৰী কৰা হ’ব বুলিও টেলিকম সচিব অৰুণা সুন্দৰৰাজনে জানিবলৈ দিয়ে৷

উল্লেখ্যযোগ্য যে কিছুদিন পূৰ্বে সংবাদ মাধ্যমত টেলিকম বিভাগে প্ৰকাশ কৰা এক নিৰ্দেশৰ বাতৰি প্ৰকাশ পাইছিল য’ত আধাৰ কাৰ্ড অবিহনে মোবাইল ছিমৰ সংযোগ প্ৰদান কৰা নহয় বুলি স্পষ্ট কৰি দিয়া হৈছিল৷ টেলিকম বিভাগে এই নিৰ্দেশ দিয়াৰ পাছতে ভাৰত চৰকাৰ আৰু টেলিকম সংস্থাসমূহ পুনৰ এক আলোচনাত মিলিত হয়৷

আলোচনাৰ পিছতে চৰকৰে এক সিদ্ধান্ত গ্ৰহণ কৰি ছিমৰ সংযোগৰ বাবে আধাৰ কাৰ্ড অত্যাৱশ্যকীয় নহয় বুলি নিৰ্দেশ জাৰি কৰে৷

 

 

Recent News

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd