DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমাণৰ গাঞ্জাভৰ্তি ট্ৰাক জব্দ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2018 1:22 pm
GANJA-678x381-266x200

প্ৰতিনিধিত্বমূলক চিত্ৰ

84
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে নলবাৰী আৰক্ষী ছাউনীৰ সমীপতে কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱাৰ এটা দলে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক অভিযানৰ সময়ত এখন গাঞ্জাভৰ্তি ট্ৰাক জব্দ কৰে।

প্ৰাপ্ত তথ্য মতে, বিহাৰ অভিমুখী  এন এল-০১ এ বি-০৮৩২ নম্বৰৰ ট্ৰাকখনে বৃহৎ পৰিমাণৰ গাঞ্জা কঢ়িয়াই গৈ থকা অৱস্থাত কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱাৰ এটা দলে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।

বৃহৎ পৰিমাণৰ গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা হ’ব বুলি চোৰাংচোৱাৰ দলটোৱে জানিবলৈ দিয়ে। এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত গাঞ্জা ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় যদিও ট্ৰাকচালক আৰু হেণ্ডিমেন ঘটনাস্থলীৰ পলাই যায়।

গাঞ্জা সৰবৰাহত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো লোক জড়িত হৈ আছে আৰু তেওঁলোকে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথক সদায় কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি আৰক্ষীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ইফালে ট্ৰাকখন নাগালেণ্ডৰ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা চোৰাংভাবে গাঞ্জাকে ধৰি বিভিন্ন ধৰণৰ নিষিদ্ধ মাদক দ্ৰব্যৰ সৰবৰাহ চলি আছে। আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখিছে যদিও তাৰ মাজতে এনেদৰে অব্যাহত আছে গাঞ্জাৰ অবৈধ ব্যৱসায়। আনহাতে এই ধৰা পৰা গাঞ্জাৰ সৰহভাগেই চোৰাং কাৰবাৰীয়ে ত্ৰিপুৰাৰ পৰা সৰবৰাহ কৰাটো ইতিমধ্যে প্ৰমাণিত হৈছে।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd