• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নাগালেণ্ডৰ একমাত্ৰ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 7:24 pm
A man putting a ballot with the word VOTE written on it into a ballot box, close-up hands
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মে’ মাহৰ ২৮ তাৰিখে নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি পৰ্ব আৰম্ভ কৰা হৈছে। ভোট গণনা ৩১ মে’ত সম্পন্ন কৰা হ’ব।

সোমবাৰে নাগালেণ্ডৰ উপ নিৰ্বাচনৰ আয়ুক্ত আৰু ৰিটাৰ্নিং বিষয়া মটছুথাং পাট্টনে কৈছে যে মহা পৰ্যৱেক্ষক ড০ জে ৰবিশংকৰ আৰু মানবেন্দ্ৰ চক্ৰবৰ্তী আহি নাগালেণ্ডত উপস্থিত হৈছেহি। তেওঁ কৈছে যে নিৰ্বাচন সন্দৰ্ভত যিকোনো তথ্যৰ বাবে সকলো ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু জনসাধাৰণে তেওঁলোকক সাক্ষাৎ কৰিব পাৰে।

Apply Now

এক জাননীযোগে ডিমাপুৰৰ উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া সুশীল কুমাৰ পেটেলে জনাইছে যে নাগালেণ্ড সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ডিমাপুৰৰ ৰাজহ বিষয়া আটছুংবা ৱালিঙক ভাৰপ্ৰাপ্ৰাপ্ত বিষয়া হিচাপে লৈ তেওঁৰ কাৰ্যালয়ত জিলা নিয়ন্ত্ৰণ কক্ষ গঠন কৰা হৈছে। যদিহে কিবা জানিবলগীয়া থাকে তেন্তে জিলা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ৯৪০২০৪১৬৯৫ত যোগাযোগ কৰিব পাৰে বুলি তেওঁ জনাইছে। সোমবাৰে ভোটাৰ ভেৰিফাইড পেপাৰ অ’ডিট ট্ৰায়েলৰ প্ৰিজাইডিং অফিচাৰ, প্ৰথম প’লিং অফিচাৰ, দ্বিতীয় প’লিং অফিচাৰ, তৃতীয় প’লিং অফিচাৰ, অতিৰিক্ত প’লি অফিচাৰ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক কোহিমা কলেজৰ অডিটৰিয়ামত প্ৰশিক্ষণ প্ৰদান কৰা হয়। কোহিমাৰ উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া ৰাজেশ সৌন্দৰাজনে সকলো নিৰ্বাচন বিষয়াকেই নিৰ্বাচন কৰ্তব্যত উপস্থিত থকা আৰু প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। অন্যথা জনসাধাৰণৰ প্ৰতিনিধিত্ব আইন-১৯৫০ আৰু নিৰ্বাচনী আচৰণবিধি-১৯৬০ৰ অধীনত দোষী সাব্যস্ত কৰা হ’ব।

ইতিমধ্যে জিলা দণ্ডাধীশ কে থাভাছিলানে জিলাখনৰ ভিতৰুৱা সকলো স্থানতে পঞ্জীয়নকৃত মাৰণাস্ত্ৰ লগত লৈ ফুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। মে’ৰ ২০ তাৰিখৰ পূৰ্বে পঞ্জীয়নকৃত মাৰণাস্ত্ৰৰ গৰাকীসকলক তেওঁলোকৰ মাৰণাস্ত্ৰসমূহ নিকটস্থ আৰক্ষী চকীত জমা দিয়াৰ বাবে নিৰ্দেশ জাৰী কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd