• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিপৰীত মেৰুত পৃথক বৰাক দাবী সমিতি

NE NOW NEWS গৌতম তালুকদাৰ
শিলচৰ , June 7, 2018 1:33 pm

1 min read

citizenship amendment bill

প্ৰতিনিধিত্বমূলক ছবি

67
VIEWS
Share on FacebookShare on Twitter

যি সময়ত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত হোৱাৰ বিপক্ষে তীব্ৰ গণ-বিক্ষোভ প্ৰদৰ্শন হৈ আছে সেই একেই সময়তেই একেখন বিধেয়কক আইনত পৰিণত কৰাৰ দাবীত একেখন ৰাজ্যৰে আনটো অংশ- বৰাক উপত্যকাৰ দল সংগঠনে সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে।

শেহতীয়াভাৱে লাভ কৰা তথ্য অনুসৰি নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ক আইনত পৰিণত কৰাৰ বাবে  শিলচৰৰ পৃথক বৰাক দাবী সমিতিয়ে এলানি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।

সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ক সংসদত গৃহীত কৰাৰ দাবীত আজি ৭ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশনত বহাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।সমিতিৰ সভাপতি অতীন দাস আৰু সম্পাদক শুভদ্বীপ দত্তই এটা সংবাদমেলত প্ৰকাশ কৰিছে যে যিহেতু ভাৰত বিভাজন হৈছিল ধৰ্মৰ ভিত্তিত, সেয়েহে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাটো যুক্তিসংগত কিন্তু ভাৰতত প্ৰথমৰ পৰাই শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই

গতিকে সমিতিয়ে দাবী কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰি যাতে এই আসোঁৱাহ দূৰ কৰা হয়।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd