• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়কৰ তীব্ৰ বিৰোধী কলা শাখাৰ দ্বিতীয় স্থানপ্ৰাপ্ত নগাঁৱৰ ত্ৰিদীপ

মিন্টূ দাস by মিন্টূ দাস
May 31, 2018 9:42 pm
HS Arts 2nd Tridip Bora (1)
323
VIEWS
Share on FacebookShare on Twitter

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত দ্বিতীয় স্থান লাভ কৰি কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ত্ৰিদীপ বৰাই জিলাখনলৈ গৈৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে মুঠ ৪৮৫ নম্বৰলৈ উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰগৰাকী ৰাজ্যৰ ভৱিষ্যতকলৈও সমানে উদ্বিগ্ন, নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰজনে, ‘এই বিধেয়কখনৰ মই তীব্ৰ বিৰোধিতা কৰো’ বুলি কয়।

তেওঁ আৰু কয়, ‘জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কোৱা ৰাজ্য চৰকাৰখনে অসমৰ ৰাইজৰ আৱেগৰ লগত খেলা কৰিব নালাগে। এনে কৰিলে পূৰ্বৰ দৰে অসমৰ স্বাৰ্থত ছাত্ৰ সমাজে প্ৰবল আন্দোলন গঢ়ি তুলিব।’

নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী চকৰিগাঁৱৰ নিবাসী, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী মণি বৰা আৰু  মাখনি বৰাৰ পুত্ৰ ত্ৰিদীপে ইংৰাজীত ৯৫, অসমীয়াত ৯৮, ভূগোলত ৯৮, ৰাজনৈতিক বিজ্ঞানত ৯৭ আৰু শিক্ষা বিজ্ঞানত ৯৭ নম্বৰ লাভ কৰিছে।

আনহাতে নিজৰ ফলাফলকলৈ সুখী যদিও পৰীক্ষা চলি থকাৰ সময়ত তেওঁ যিটো কেন্দ্ৰৰ পৰা পৰীক্ষা দিছিল সেই কেন্দ্ৰৰ পৰিদৰ্শকৰ অসুবিধাৰ বাবে কিছু সমস্যাত পৰিছিল বুলি কৈ ইয়াৰ বাবেই প্ৰথমস্থান লাভ কৰিব নোৱাৰিলে বুলি ত্ৰিদীপে আক্ষেপ কৰে।

বৰ্তমান ভূগোল বিষয়ক গুৰু বিষয় হিচাপে লৈ নগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰিব বুলি মন্তব্য কৰা ত্ৰিদীপৰ ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ মন। গান গাই ভাল পোৱা ছাত্ৰজনৰ প্ৰিয় সাহিত্যিক হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd