• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ২৯ জুনত লতাশিলত আছুসহ ২৮ জনগোষ্ঠীয় সংগঠনৰ সত্যাগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2018 12:45 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ শীঘ্রে বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্র সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে অহা ২৯ জুনত দিনৰ ১১ বজাৰ পৰা গুৱাহাটীৰ লতাশিল খেলপথাৰত গণ সত্যাগ্রহৰ আয়োজন কৰিছে৷ বিতৰ্কিত বিধেয়কখন প্রত্যাহাৰ নকৰা বাবে আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে এই গণ সত্যাগ্রহৰ কার্যসূচী হাতত লৈছে বুলি প্ৰকাশ কৰিছে আছুৰ নেতৃবৃন্দই৷

উল্লেখযোগ্য যে মহানগৰীৰ লতাশিল খেলপথাৰত হ’বলগীয়া এই সত্যাগ্রহলৈ সকলো দল- সংগঠন- ব্যক্তি আৰু সামাজিক- সাংস্কৃতিক অনুষ্ঠান-প্রতিষ্ঠানক মাৰবান্ধি ওলাই আহিবলৈ আয়োজক সংগঠনকেইটাই আহ্বান জনাইছে৷

Apply Now

সদৌ অসম ছাত্র সন্থা, সদৌ অসম ট্রাইবেল সংঘ, নিখিল বড়ো ছাত্র সন্থা, মিচিং মিমাগ কেবাং, নিখিল ৰাভা ছাত্র সন্থা, সদৌ মিচিং ছাত্র সন্থা (টি এম পি কে), সদৌ টাই আহোম ছাত্র সন্থা, সদৌ তিৱা ছাত্র সন্থা, সদৌ মৰাণ ছাত্র সন্থা, সদৌ অসম মটক যুৱ-ছাত্র সন্মিলন, সদৌ কোচ-ৰাজবংশী ছাত্র সন্থা, সদৌ ডিমাচা ছাত্র সন্থা, কার্বি ছাত্র সন্থা (কার্বি আংলং), সদৌ অসম আদিবাসী ছাত্র সন্থা, সদৌ অসম ট্রাইবেল যুৱ লীগ, সদৌ অসম চুতীয়া ছাত্র সন্থা, সদৌ অসম গোর্খা ছাত্র সন্থা, তিৱা যুৱ-ছাত্র সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থা, সদৌ অসম মদাহী ছাত্র সন্থা, কার্বি ছাত্র সন্থা (KSU), N C Hills Indigenous Students’ Forum, সদৌ অসম কার্বি ছাত্র সন্থা, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ ভাৰত কার্বি ছাত্র সন্থা, মেচ কছাৰী জাতীয় পৰিষদ আৰু সদৌ অসম হাজং ছাত্র সন্থাই এই আহবান জনায়।

সংগঠনকেইটাই কয় যে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ কেন্দ্রীয় চৰকাৰে জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব নিঃশেষ কৰিব বিচাৰিছে৷ এয়া মানি লোৱা নহ’ব৷ আজি দুবছৰে ৰাজ্যখনৰ চুকে-কোণে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতাৰ কার্যসূচী ৰাইজে হাতত লৈছে৷ ইয়াৰ পাছতো কেন্দ্রীয় চৰকাৰে বিলখন সন্দৰ্ভত স্থিতি সলনি কৰা নাই৷

উল্লেখযোগ্য যে সদৌ অসম ছাত্র সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে বিধেয়কখন অতি শীঘ্রে বাতিল কৰিবলৈ দাবী জনাইছে৷

আনহাতে আছুই ‘অসম চুক্তি’ মর্মে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকবচ প্রদান, ভাৰত-বাংলাদেশ সীমান্ত যুদ্ধকালীনভাৱে ছীল, জনজাতীয় বেল্ট, ব্লক, বনাঞ্চল, চৰকাৰী মাটি, সত্রৰ মাটিৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰিব লাগিব বুলি চৰকাৰক দাবী জনাইছে।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd