DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ৰঙিয়াত আছু-অঃ জাঃ যুঃ ছাঃ পঃৰ প্ৰতিবাদী সমদল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2018 4:47 pm
100
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি ৰঙিয়াতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থানীয় লোক তথা দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ৰঙিয়াৰ তুলসীবাৰীত বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে স্থানীয় সকলো ৰাইজ ঐক্যবদ্ধ হৈ ৰঙিয়াৰ ৰাজপথত নাগৰিকত্ব সংশোধনী বিধয়েকখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে গণ বিক্ষোভ কাৰ্যসূচীৰে বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ৰ পৰা ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি ‘কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, ৰাজ্য চৰকাৰ মুৰ্দাবাদ, জাতীয় নায়ক মুর্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক’ আদি প্ৰতিবাদী শ্ল’গানেৰে সমগ্ৰ ৰঙিয়াৰ ৰাজপথ উত্তাল কৰি তোলে।

আনহাতে একেদিনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত এক বিশাল গণ সমদল বাহিৰ কৰে। ৰঙিয়া নগৰৰ মূল পথেৰে বিভিন্ন দল-সংগঠনৰ লগতে সহস্ৰাধিক লোকৰ অংশ গ্ৰহণেৰে বাহিৰ কৰা প্ৰতিবাদী সমদলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে।

প্ৰতিবাদকাৰী সকলে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, কেন্দ্ৰ চৰকাৰ মুর্দাবাদ, ৰাজ্য চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে কেন্দ্ৰ চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কার্যক কেতিয়াও মানি লোৱা নহ’ব, ধৰ্ম ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা কেতিয়াও মানি লোৱা নহ’ব, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছে আৰু এই আইন বাতিল নকৰালৈকে আন্দোলন অব্যহত থাকিব’ আদি প্ৰতিবাদী ধ্বনিৰে ৰঙিয়াৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd