• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক : বিধান সভাৰ বিশেষ অধিৱেশন দাবী বাওঁ গণতান্ত্ৰিক মঞ্চ-নাঃ আঃ সংশোধনবিৰোধী মঞ্চৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 31, 2018 8:53 pm
Former Chief Ministers of Assam Tarun Gogoi and Prafulla Kumar Mahanta along with Scholar Hiren Gohain and other leaders of various organisations raising hands during jointly protest meeting against Citizenship (Amendment) Bill organised by Forum against Citizenship Act Amendment Bil and left Democratic Manch in Guwahati on 31-05-18. Pix by UB Photos
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাওঁ গণতান্ত্ৰিক মঞ্চ আৰু নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ উদ্যোগত আজি ৩১ মে’ত আয়োজিত ধৰ্মঘটত বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ৰ বিৰুদ্ধে হাতে হাত ধৰি থিয় হ’ল অসমৰ দুয়োজন প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্ত, বাওঁপন্থী নেতা হেমেন দাস আৰু বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই।

অসম বিধান সভাত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে দাবী জনাই দুয়ো মঞ্চই আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক স্মাৰক পত্ৰ দিয়াৰ লগতে মুখ্য মন্ত্ৰী সোণোৱাললৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Apply Now

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ‘যুঁজ বাওঁপন্থী-সোপন্থী নহয়, সকলো পন্থীৰে,’ গণ ধৰ্মঘটত ভাগ লৈ ক’লে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। ‘অসমীয়া মানুহৰ গৰমটো উঠে লাহে লাহে, যেতিয়া গৰমটো উঠে তেতিয়া আকৌ সহজে নানামে’ বুলি মন্তব্য কৰি গগৈয়ে ‘সকলো মিলিছো যেতিয়া এই সংগ্ৰামত আমি জিকিমেই; তাত কোনো সন্দেহ নাই’ বুলি দৃঢ়তাৰে মন্তব্য কৰে।

আনহাতে বিজেপি উত্থাপিত বিধেয়কখনে সংঘাত সৃষ্টি কৰিব বুলি মন্তব্য কৰি আনজন প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই ‘ধৰ্ম নিৰপেক্ষ ভাৰতত কিদৰে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব’ বুলি বিজেপি চৰকাৰক প্ৰশ্ন কৰে। ‘আজিযে আমি ইয়াত লগ হৈছো সাপে নেউলে, এই কথাই প্ৰমাণ কৰিছে, আমি অসমৰ স্বাৰ্থত একেলগে মাত মাতিব পাৰো,’ ক’লে মহন্তই।

জনতা দল (এচ)ৰ প্ৰবীন নেতা, প্ৰাক্তন বিধায়ক ৰমনী বৰ্মনে চৰকাৰৰ সিদ্ধান্তক ‘কলংকিত ঐতিহাসিক অধ্যায়’ বুলি আখ্যা দিয়ে।

বিধেয়কখনে ‘ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিচৰাতো অসম চুক্তিৰ সম্পূৰ্ণ পৰিপন্থী’ বুলি উল্লেখ কৰি ধৰ্মঘটথলীত কংগ্ৰেছ দলপতি দেৱব্ৰত শইকীয়াই কয় যে ‘অসম চুক্তি অনুসৰিয়েই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি থকাৰ সময়ত অসম চৰকাৰৰ কিছুসংখ্যক মন্ত্ৰী, বিধায়কে অযুক্তিসংগত মন্তব্য কৰি আহিছে।

ধৰ্মঘটত নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ সদস্যসকল, বাওঁ গণতান্ত্ৰিক মঞ্চৰ অংশীদাৰ চিপিআই, চিপিআই এম, চিপিআই এম এল, অসম সংগ্ৰামী মঞ্চ, আপ, জনতা দল (এচ), সমাজবাদী পাৰ্টি, ফৰৱাৰ্ড ব্লক, আৰ চি পি আই, এলডিপি, এনচিপিৰ প্ৰতিনিধিৰ উপৰি আন কিছু দল-সংগঠন-ব্যক্তিও উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd