DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক: ৭ মে’ত অসম ভ্ৰমণলৈ আহিব যুটীয়া সংসদীয় পেনেল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2018 9:22 pm
12-04-18-Guwahati-Forum-against-citizenship-act-amendment-bill-protest-9-570x320

গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী ফ’ৰামৰ সদস্যসকলৰ প্ৰতিবাদী কাৰ্যসূচী

121
VIEWS
Share on FacebookShare on Twitter

জনতাৰ হেঁচাত শিৰ নত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ ওপৰত গঠিত যুটীয়া সংসদীয় পেনেলখনে অহা ৭ মে’ত অসম ভ্ৰমণলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পেনেলখনৰ বিষয়াবৰ্গই ৭ৰ পৰা ১০ ম’লৈকে অসম ভ্ৰমণ কৰি এই বিধেয়কখনৰ ওপৰত আগ্ৰহী ব্যক্তি, সংস্থাসমূহৰ দৃষ্টিভংগীৰ বুজ ল’ব।

বিজেপিৰ সাংসদ ৰাজেন্দ্ৰ অগ্ৰৱালৰ নেতৃত্বত গঠিত পেনেলখনৰ সদস্যসকলে ৭ আৰু ৮ মে’ত যথাক্ৰমে গুৱাহাটী আৰু শিলচৰত বিভিন্ন সংস্থাৰ সৈতে আলোচনাত মিলিত হ’ব। ৯ মে’ত সদস্যসকলে শ্বিলঙলৈ যাব আৰু ১০ মে’ত বিভিন্ন গোটৰ সৈতে আলোচনাত মিলিত হ’ব।

উল্লেখ্য যে সচেতন নাগৰিক, জ্যেষ্ঠ সাংবাদিক আৰু ৰাজহুৱা বুদ্ধিজীৱিৰে গঠিত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী ফ’ৰামে এপ্ৰিলৰ ১৩ তাৰিখে দাবী কৰিছিল যে যুটীয়া সংসদীয় পেনেল নতুন দিল্লীৰৰ পৰিৱৰ্তে অসমৰ ৰাজহুৱা শুনানিৰ মুখামুখি হ’ব লাগে।

ফ’ৰামখনে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ ওপৰত গঠিত যুটীয়া সংসদীয় পেনেলখনৰ চেয়াৰমেন পদবীৰ পৰা ৰাজেন্দ্ৰ অগ্ৰৱালৰ  অপসাৰণো দাবী কৰিছিল। প্ৰতিবাদৰ পাছতে ২০১৬ৰ ছেপ্টেম্বৰত যুটীয়া সংসদীয় পেনেলখন গঠন কৰিছিল। ১৭ এপ্ৰিলত পেনেলখনে  অসমৰ একাংশ সংগঠনৰ পৰা মতামত গ্ৰহণ কৰিছিল।

Recent News

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd