DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক : আজি কৃষক মুক্তিৰ বিশেষ আলোচনা সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 1:40 pm
Akhil-Gogoi-680x365

কৃষক নেতা অখিল গগৈ : ফাইল ফটো

87
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটীত অনুষ্ঠিত হ’ব নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ সন্দৰ্ভত এখন বিশেষ আলোচনা সভাৰ আয়োজন কৰা হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে।

অসমৰ মানৱতাবাদী, গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ নাগৰিকসকলে নাগৰিকত্ব (সংশোধনী) বিধেয়ক সন্দৰ্ভত ল’বলগীয়া অৱস্থান সন্দৰ্ভত  সংগঠনটোৰ স্থিতি ব্যাখ্যা কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

প্ৰথমতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বক্তব্য আগবঢ়োৱা হ’ব। তাৰ পাছতেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বক্তব্যৰ সন্দৰ্ভত উপস্থিত থকা বিশিষ্ট নাগৰিকসকলৰ মতামত গ্ৰহণ কৰা হ’ব। এই গুৰুত্বপূৰ্ণ আৰু মননশীল আলোচনাত সকলো গণতান্ত্ৰিক নাগৰিকে উপস্থিত থাকিব পাৰিব।

এটা প্ৰেছ বিবৃতিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে বৰ্তমানৰ স্বৈৰাতান্ত্ৰিক আৰু সাম্প্ৰদায়িক পৰিস্থিতিত অসমৰ জাতি গঠন প্ৰক্ৰিয়া বিঘ্নিত নোহোৱাকৈ বিজেপি-আৰ এছ এছে সাম্প্ৰদায়িক চক্ৰান্তৰে জাপি দিয়া নাগৰিকত্ব (সংশোধনী) বিধেয়ক সন্দৰ্ভত এটা সুস্থ গণতান্ত্ৰিক অৱস্থানত উপনীত হ’বৰ বাবেই এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে।

Recent News

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ, কিয় দিলে ধ্বনি?

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ, কিয় দিলে ধ্বনি?

বিজেপিত যোগদান কৰিব নেকি গুজৰাটৰ কংগ্ৰেছ সভাপতি হাৰ্দিক পেটেলে? কি ক’লে পেটেলে?

দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে

Dima Hasao flood

ডিমা হাচাওত কি হৈছে?

Indrani Mukerjea granted bail

শ্বীনা বৰা হত্যাকাণ্ড : মুখ্য অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd