• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক : কেন্দ্ৰক একমুখে সকীয়ালে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ আৰু আছু, ২৮ জাতীয় সংগঠনে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2018 8:49 pm
নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ আৰু আছু, ২৮ জাতীয় সংগঠনৰ বৈঠক। ফটো : য়ু বি।

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ আৰু আছু, ২৮ জাতীয় সংগঠনৰ বৈঠক। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসম চুক্তিৰ আধাৰতে অসমৰ বিদেশী নাগৰিকৰ জ্বলন্ত সমস্যাটো সমাধান কৰিবই লাগিব।” এই ঐক্যবদ্ধ দাবী আছুকে ধৰি২৮ জাতীয় সংগঠন আৰু নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ।

আজি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত আলোচনা কৰিবলৈ মহানগৰস্থিত চহিদ ভৱনত এক বৈঠকত মিলিত হোৱাৰ সময়ত আছুকে ধৰি ২৮ জাতীয় সংগঠন আৰু নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ প্ৰতিনিধিসকলে বিধেয়কখনৰ স্পষ্ট আৰু ঐক্যবদ্ধ বিৰোধিতা কৰে। সংগঠনকেইটাই এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ ৰাজপথলৈ ওলাব বুলিও কয়।

Apply Now

আটাইকেইটা সংগঠনে বিধেয়কখন আইনত পৰিণত কৰি অসমৰ জনগণৰ ওপৰত বলেৰে জাপি নিদিবলৈ আজি কেন্দ্ৰক কঠোৰ সকীয়নি দিয়ে। তেওঁলোকে বিধেয়কখন অনতি পলমে বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক একমুখে দাবী কৰে।

অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়, অস্তিত্ব ভাষা, কৃষ্টি-সংস্কৃতিৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব আইনৰ সংশোধনী কোনোপধ্যে অসমৰ ৰাইজে মানি নলয় বুলি বৈঠকে দৃঢ়তাৰে মত প্ৰকাশ কৰে আৰু যিকোনো মূল্যৰ বিনিময়ত দিল্লীৰ এই ভয়ংকৰ ষড়যন্ত্ৰ প্ৰতিহত কৰা হ’ব বুলি স্পষ্ট মত প্ৰকাশ কৰে। বৈঠকে এই বিধেয়কখনৰ বিৰুদ্ধে আলোচনাৰ মেজত আৰু ৰাজপথৰ আন্দোলনৰ মাধ্যমেৰে নিজৰ নিজৰ মঞ্চৰ জৰিয়তে উভয় পক্ষই যুঁজ দি যাব বুলিও স্পষ্ট আৰু দৃঢ় মত প্ৰকাশ কৰিছে। আলোচনাত এই কথাও স্পষ্ট কৰি দিয়া হয় যে অসমত অবৈধ বাংলাদেশীৰো স্থান নাই আৰু সাম্প্ৰদায়িকতাৰো কোনো স্থান নাই।

বৈঠকত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ তৰফৰ পৰা অধ্যক্ষ ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, উদয়াদিত্য ভৰালী, আৰু মঞ্চৰ আহ্বায়কদ্বয় ক্ৰমে মনজিৎ মহন্ত আৰু কমল কুমাৰ মেধি উপস্থিত থাকে। আনহাতে আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ তৰফৰ পৰা ক্ৰমে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভা, উপ-সভাপতি বিপুল ৰাভা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতা অৰুণ শৰণীয়া, গাৰো ছাত্ৰ সন্থাৰ নেতাদ্বয় ক্ৰমে ক্ৰনেল চাংমা আৰু বিজয় চাংমা, আছুৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, গাৰো ছাত্ৰ সন্থাৰ উপদেষ্টা ফৰিলিন আৰ মাৰাক আদি উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd