• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক : মাজুলীৰ ৰাজপথত জ্বলিল অৰ্ধেন্দু দে আৰু ৰাজেন গোহাঁইৰ পুত্তলিকা

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , May 9, 2018 10:17 pm

1 min read

AJYCP protest at Majuli
93
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত ৰাজ্যৰ আকাশ-বতাহ উত্তাল হৈ থকাৰ সময়তে খোদ মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীতো খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰুপ এই বিধেয়কৰ বিৰোধিতাৰে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।

যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে কমলাবাৰীত সাব্যস্ত কৰা উক্ত প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে ৰাজপথত বাংলাদেশী হিন্দুৰ সংস্থাপনৰ সমৰ্থনত বিতৰ্কিত মন্তব্য কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু দে আৰু ৰাজেন গোহাঁইৰ পুত্তলিকা দাহ কৰে।

ইয়াৰ উপৰি তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা, এন আৰ চিৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰা দাবী তোলে।

আনহাতে যোৱা ৭ এপ্ৰিলত ৰাজেন গোহাঁইয়ে নগাৱঁৰ এখন জনসভাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক ৰাজহুৱাভাৱে অপমান কৰাৰ সংগঠনটোৱে প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰীসকলে ‘শিক্ষাগুৰুক অসন্মান কৰা অলগদ্ধ ৰাজেন গোহাঁইৰ’ পদত্যাগৰ দাবী তোলে ।

Recent News

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd