DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাগৰিকত্ব সংশোধনী বিধেয়ক : বেংগালুৰুত প্ৰতিবাদৰ সন্মুখীন সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2018 8:34 am
sarbananda-sonowal

সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো, উৎস ইণ্টাৰনেট

135
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ থকাৰ মাজতে এইবাৰ বেংগালুৰুত একেই কাৰণত অসমৰ নাগৰিকসকলৰ প্ৰতিবাদৰ সন্মুখীন হ’ল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যেৰে মঙলবাৰে বাংগালুৰুত উপস্থিত হোৱা মুখ্য মন্ত্ৰী সোণোৱালক উক্ত বিধেয়কখন বাতিল কৰাৰ দাবীত বেংগালুৰুত থকা অসমৰ তিনিটা সংগঠনে স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক-পত্ৰ প্ৰদান কৰা আছাম এছ’চিয়েশ্যন অব বেংগালুৰু, আছাম ছ’চাইটী অব বেংগালুৰু আৰু শ্ৰীমন্ত শংকৰদেৱ কালচাৰেল ছ’চাইটী, বেংগালুৰুৱে অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ৰ বিৰোধিতা কৰাৰ লগতে বিধেয়কখন বাতিলৰ বাবে অসম চৰকাৰক তৎপৰতা  দেখুৱাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীয়ে বাংগালুৰুত থকা অসমীয়া নাগৰিকসকলৰ সৈতে মিলিত হৈ ভোজমেলত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও  বিধেয়কখনক কেন্দ্ৰ কৰি তাত থকা অসমৰ নাগৰিকসকলৰ ক্ষোভৰ উমান পাই ভোজমেল বাতিল কৰি গুৱাহাটীলৈ উভতিব লগীয়া হয়।

আনহাতে বেংগালুৰুত  থকা অসমৰ  নাগৰিকসকলক এই পদক্ষেপক অসমপ্ৰেমী আনলোকৰ লগতে কৃষক নেতা অখিল গগৈয়েও শলাগ লয়। কালি গগৈয়ে বেংগালুৰুত থকা অসমৰ নাগৰিকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি জাতীয়তাবোধ আৰু দেশপ্ৰেমৰ পৰিচয় দিলে বুলি মন্তব্য কৰে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd