DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ডিমৌত তিনি শতাধিক ৰাইজৰ বৃহৎ জোঁৰ সমদল

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
May 17, 2018 9:29 pm
FB_IMG_1526567398898
72
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় বিজেপি চৰকাৰে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ অসম প্ৰতিবাদমূখৰ হৈ পৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ উক্ত বিধেয়কখন বাতিলৰ দাবীত আজি সন্ধিয়া ডিমৌত ৪ টাকৈ সংগঠনৰ উদ্যোগত আৰু আঠাবাৰী চেতিয়া গাঁও, চাংমাই গাঁও, হিলৈদাৰী গাঁৱৰ সমূহ অঞ্চলবাসী ৰাইজৰ সহযোগত জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা হয়৷

চহিদ আকাশ বৰুৱা সমাধিক্ষেত্ৰৰ পৰা ডিমৌলৈ প্ৰায় ৬ কিলোমিটাৰজোৰা পথত হোৱা প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচীত সদৌ টাই আহোম ছাত্র সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আদিবাসী ছাত্র সন্থা, আৰু অসমীয়া যুৱ মঞ্চৰ বহু নেতা কৰ্মীয়ে এই বিতৰ্কিত বিধেয়কৰ বিৰোধিতাৰে ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থকা প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে যি কোনো কাৰণতে হিন্দু বাংলাদেশী বিষয়টোৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷

প্ৰাক্তন ছাত্র নেতা প্ৰণৱ চেতিয়া, আটাছু শিৱসাগৰ জিলা সমিতিৰ সহকাৰী সম্পাদক নিপন বৰুৱা, আটাছু আঠাবাৰী আঞ্চলিক সমিতিৰ সভাপতি মনোৰঞ্জন চেতিয়া, আটাছু ডিমৌ আঞ্চলিক সমিতিৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈ, অসমীয়া যুৱ মঞ্চ ডিমৌ আঞ্চলিকৰ সম্পাদক ধ্ৰুৱ জ্যোতি বৰুৱা, আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰৰ সভাপতি নৰেন তাঁতী উপস্থিত থাকে আৰু এই বিধেয়কখনক যিকোনো প্ৰকাৰে প্ৰতিহত কৰাৰ লগতে অসমৰ সকলো ৰাইজক এই বিধেয়কখনৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷

Recent News

শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

কৰ্ণাটকত পুনৰ উত্তেজনা: হিজাব পৰিহিতা ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd