• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বোকাখাতত আছুৰ গণবিক্ষোভ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , May 29, 2018 6:06 pm

1 min read

Protest against Citizenship bill
73
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ আন ঠাইৰ লগতে বোকাখাততো বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি এক গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বোকাখাতৰ প্ৰায় ৮০ টা দল-সংগঠনৰ প্ৰতিনিধিয়ে আছুৰ আহ্বানত এই বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহন কৰে।

বোকাখাতৰ ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত এই বিক্ষোভ কাৰ্যসূচীত ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰ উপৰি বোকাখাতৰ বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰ, জেষ্ঠ নাগৰিক মঞ্চৰ চৈয়দ আনিচুৰ ৰহমান, পুৱতি সাহিত্য সভাৰ সভানেত্ৰী কল্পনা চেতিয়া, সম্পাদিকা গীতাঞ্জলি কলিতা, প্ৰাক্তন আছু নেতা নৱাগত শইকীয়া আদি উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ সকলোকে আহ্বান জনায় ৷

আছুৰ বোকাখাত গোটৰ সম্পাদক সত্যব্ৰত ভূঞাই আঁত ধৰা অনুষ্ঠানটোত আছুৰ বোকাখাত গোটৰ উপদেষ্টা দাদুল বৰা, ৰিদিপ ভূষণ নাথ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপজ্যোতি ঠাকুৰীয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালক তীব্ৰ সমালোচনা কৰে।

ৰাজহুৱা খেলপথাৰত সমবেত বিক্ষোভকাৰীসকলে পিছত হাতত বিভিন্ন শ্ল’গানৰ প্লে’কাৰ্ড লৈ সমদল কৰি বোকাখাত চহৰ পৰিভ্ৰমন কৰে ৷ মন কৰিব লগীয়া যে আছুৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই বিক্ষোভ কাৰ্যসূচীত অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে স্বতঃস্ফূৰ্ত অংশ গ্ৰহণ কৰা দেখা যায় ৷

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd