• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগৰিকপঞ্জীক লৈ কোনো উদ্দেশ্যপ্ৰণোদিত বক্তব্যত প্ৰৰোচিত নহ’বলৈ ৰাইজৰ প্ৰতি আবেদন ‘নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ’ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2018 10:45 pm
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশৰ পিছতে একাংশ ৰাজনৈতিক নেতা, দল-সংগঠন তথা বুদ্ধিজীৱীয়ে অতি প্ৰৰোচনামূলক বক্তব্য ৰাজহুৱাকৈ প্ৰকাশ কৰি ৰাজ্যৰ শান্তি-শৃংখলা বিঘ্নিত কৰিবলৈ উচটনি দিয়া’ বুলি উদ্বিগ্নতা প্ৰকাশ কৰি নৱগঠিত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই আজি এক প্ৰে’ছ বিবৃতিযোগে আশংকা প্ৰকাশ কৰে যে ‘এনে হুলস্থুলৰ সুযোগ লৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত যাতে সহজে পাৰ কৰাই নিব পাৰে সেই বাবেই কিছুমান মহলে এনে বিভ্ৰান্তি আৰু বিভেদ সৃষ্টিত উচটনি দিছে। বিধেয়কখন আইনত পৰিণত হ’লে বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামটোৱেই অৰ্থহীন হৈ পৰিব।’

নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই লগতে আহ্বান কৰে যে, ‘সৰ্বশক্তিৰে সকলোৱে সন্মিলিত প্ৰতিৰোধেৰে এই বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক বাধ্য কৰিব লাগে।’

Apply Now

‘কোনো উদ্দেশ্য প্ৰণোদিত বক্তব্যত প্ৰৰোচিত নহ’বলৈ সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি আবেদন জনাই’ মঞ্চই কয় যে, ‘এইখন প্ৰথম আংশিক খচৰাহে। মনত ৰখা দৰকাৰ যে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সময় মতে আৰু শুদ্ধকৈ সম্পূৰ্ণ কৰাৰ বিষয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই পৰিপ্ৰেক্ষিতত সমাজত গোষ্ঠীগত অথবা সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰা কোনো ধৰণৰ প্ৰৰোচনাই কাৰো হিত সাধন কৰিব নোৱাৰে।’

নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, ড০ অপূৰ্ব কুমাৰ বৰুৱা, উদয়াদিত্য ভৰালী, জ্যোতিপ্ৰসাদ শইকীয়া, মনজিৎ মহন্ত, ড০ দীনেশ বৈশ্য, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ, অজিত চন্দ্ৰ তালুকদাৰ, ডাঃ নৱনীল বৰুৱা, ড০ দিলীপ বৰা, পৰেশ  মালাকাৰ, ড০ মনোৰমা শৰ্মা আৰু দেৱেন তামুলীৰ লগতে এবছুৰ প্ৰমোদ বড়ো, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই, এ এছ ডি চিৰ হলিৰাম তেৰাং, এইচ এছ ডি চিৰ ডাঃ জয়ন্ত ৰংপি, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লিটুল বুঢ়াগোহাঁই, তাই আহোম যুৱ পৰিষদৰ দেৱেশ্বৰ বৰুৱা, তিৱা সাহিত্য সভাৰ বিদ্যুৎ বিকাশ সেনাপতি, ট্ৰাইবেল সংঘৰ ধীৰেন ইংতি, কৈৱৰ্ত যুৱ সন্মিলনৰ সুশীল হাজৰিকা, আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সুনীল ৰাজকোঁৱৰ, সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেদাৰেচনৰ নিৰ্মলকান্তি শীল আৰু সন্মিলিত খিলঞ্জীয়া পৰিষদৰ হৈ দিব্যপৱন বৰাৰ নামত আজি এন ই নাওলৈ বিবৃতিটো প্ৰেৰণ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd