• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকপঞ্জী প্ৰক্ৰিয়াৰ বুজ ল’বলৈ কাইলৈ অসমত উপস্থিত হ’ব দেশৰ মহাপঞ্জীয়ক

ৰাজীব ৰয় by ৰাজীব ৰয়
June 12, 2018 8:44 pm
agp deligate meets hm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় খচৰা প্ৰকাশ হ’বলৈ মাথোঁ কেইদিনমান থকা সময়তেই পৰিস্থিতিৰ বুজ লোৱাৰ বাবে নতুন দিল্লীৰ পৰা দুগৰাকী শীৰ্ষ বিষয়া বুধবাৰে অসমত আহি উপস্থিত হ’বহি। বিষয়া দুগৰাকী হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (উত্তৰ-পূব) যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু ভাৰতৰ মহাপঞ্জীয়ক শৈলেশ। তেওঁলোকে আহি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সতে জড়িতসকলৰ সৈতে মিলিত হৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কে অৱগত হ’ব।

নিৰাপত্তাজনিত বিষয়সমূহৰ বিষয়ে শেহতীয়া তথ্য জনাৰ বাবে তেওঁলোকে ৰাজ্যখনৰ শীৰ্ষ নিৰাপত্তা বিষয়াসকলৰ সৈতেও মিলিত হ’ব।

Apply Now

অসম কংগ্ৰেছৰ বিধায়িনীৰ সঁজাতী দলৰ আগত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত চৰকাৰৰ দুই শীৰ্ষ বিষয়াক অসমলৈ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰিছিল। দলটোক নেতৃত্ব দিছিল বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই।

কংগ্রেছৰ সঁজাতী দলটোৰ সৈতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈও আছিল।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে তেওঁলোকে গৃহ মন্ত্ৰীৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত তেওঁলোকে সংশ্লিষ্ট লোকসকলৰ সৈতে আলোচনা কৰিব।

কংগ্ৰেছ সঁজাতী দলটোৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক বিদেশী ন্যায়াধিকৰণৰ সৈতে চামিলকৰণ প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ কথাটোও উনূকিয়ায়। সঁজাতী দলোটৱে কয় যে ১৯৭১ৰ পাছত অহা বিদেশীৰ নাম যাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা নহয় তাৰ বাবে এন আৰ চি সেৱা কেন্দ্ৰসূহলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। তেওঁলোকে আৰু কয় যে ডি ভোটাৰসকললৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জাননী প্ৰেৰণ কৰিবলৈ বাৰণ কৰা হৈছে।

কংগ্ৰেছ সঁজাতী দলটোৱে ভাৰতৰ মহাপঞ্জীয়ক শৈলেশকো সাক্ষাত কৰে।

ইতিমধ্যে অগপৰ সঁজাতী দলটোৱে গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত কৰি বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বিষয়ত তেওঁলোকৰ শংকা ব্যক্ত কৰে।

জানিব পৰা গৈছে যে গৃহ মন্ত্ৰীয়ে অগপ দলৰ সঁজাতী দলটোক আশ্বাস প্ৰদান কৰিছে যে সংশ্লিষ্ট দল সংগঠনৰ অনুমোদন অবিহনে বিতৰ্কিত বিধেয়কখনৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয়।

ৰাজীব ৰয়

ৰাজীব ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd