• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামদাঙত চোৰে লুটি নিলে ছয় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ, নগদ ধন

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
June 20, 2018 3:37 pm
robos-en-domicilios

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঐতিহাসিক নামদাং শিলৰ সাকোঁৰ সমীপৰ্ৱতী মুহিকান্ত দাস নামৰ শিক্ষক গৰাকীৰ ঘৰত কালি সন্ধিয়া প্ৰায় ছয় মান বজাত সংঘটিত হয় এক বৃহৎ চুৰি কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে ঘৰৰ মূল লোৰ গেটৰ তলাৰ লগতে দুটাকৈ গডৰেজৰ তলা ভাঙি প্ৰায় ছয় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ আৰু নগদ ধন লুটি লৈ যায়।

ভুক্তভোগী শিক্ষকগৰাকীয়ে জনোৱা মতে নিজ কন্যাৰ উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে তেওঁলোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গৈছিল। কিন্ত সন্ধিয়া ঘৰলৈ ঘূৰি আহি ঘৰৰ মূল দৰ্জাৰ লগতে গডৰেজৰ তলা ভঙা অৱস্থাত দেখা পায়। তেওঁলোকে বস্তু- বাহানি বোৰ সিচঁৰিত হৈ পৰি থকা দেখা পাই ততালিকে জয়সাগৰ আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

Apply Now

আৰক্ষীয়ে শিক্ষকগৰাকীৰ ঘৰত ভাড়াতীয়া হিচাবে প্ৰায় দুবছৰৰ পৰা থকা এয়াৰটেল দুৰসংযোগ বিভাগত কৰ্মৰত তিনিজনকৈ কৰ্মচাৰী ক্ৰমে বিশ্বজিৎ কায়স্থ ,জানমণি বৰা, আৰু সুৰজিৎ সৰকাৰক সোধপোছৰ বাবে আটক কৰে।

আনহাতে,আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজতে স্থানীয় তথা জিলা আছুৰ সাংগঠনিক সম্পাদক দেবব্ৰত দাসক বিনা কাৰণত আটক কৰা ঘটনাই স্থানীয় ৰাইজক ক্ষোভিত কৰি তুলিছে।

জানিব পৰা মতে অঞ্চলটোত হৈ থকা ধাৰাবাহিক চুৰি কাণ্ডৰ বাবে আৰক্ষী দলটোক প্ৰশ্ন কৰাৰ অজুহাতত নেতাজনক আটক কৰি নিয়া ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে চোৰৰ দলক আটক কৰিব নোৱাৰা আৰক্ষীক শীঘ্ৰে নিৰ্দোষী যুৱকজনক মুকলি কৰি দিবলৈ ৰাইজে দাবী জনাইছে।

দীৰ্ঘদিনৰে পৰা শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত আন এটা চুৰি কাণ্ড সংঘটিত হৈ আহিছে। চোৰৰ দলক নিয়ন্ত্ৰণ কৰাত শিৱসাগৰ আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে। ফলস্বৰূপে জনসাধাৰণে অতি কষ্টৰে অৰ্জন কৰা সম্পত্তি দুস্কৃতিকাৰীৰ হাতত হেৰুৱাবলগীয়া হৈছে।

জিলাখনৰ বিশেষকৈ গৌৰীসাগৰ থানা আৰু  জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাসমূহত বিগত সময়ত ধাৰাবাহিকভাৱে সংঘটিত হৈ অহা চুৰিৰ ঘটনাত ৰাইজ অতিষ্ঠ হৈ পৰিছে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm
পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

June 23, 2026 7:28 pm
পাকিস্তান চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, বলোচ আন্দোলনৰ নেত্ৰী মাহৰং বলোচক যাৱজ্জীৱন কাৰাদণ্ড

পাকিস্তান চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, বলোচ আন্দোলনৰ নেত্ৰী মাহৰং বলোচক যাৱজ্জীৱন কাৰাদণ্ড

June 23, 2026 7:08 pm
শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

June 23, 2026 6:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm
পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

June 23, 2026 7:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd