• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত উত্তাল মানকাচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2018 2:21 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ ৰাইজ-দল-সংগঠনে মানকাচৰ বিদ্যুৎ উপ সংমণ্ডলৰ অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত ১২ ঘণ্টীয়া বন্ধ পালন কৰাৰ পাছত কালি মানকাচৰ চহৰত নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত এটা প্রতিবাদী সমদল উলিওৱা হয়।

প্ৰায় শতাধিক লোকে মানকাচৰ অশোকাষ্টমী মেলা ময়দানৰ পৰা মানকাচৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কার্যালয়লৈ এক প্রতিবাদী সমদল উলিয়ায় ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷

Apply Now

উল্লেখযোগ্য যে বিগত কেইটামান মাহ মানকাচৰ চহৰকে ধৰি জিলাখনৰ প্রতিটো অঞ্চলত দিনৰ দুইৰ পৰা চাৰিঘণ্টাহে বিদ্যুৎ যোগান ধৰি আহিছে মানকাচৰ বিদ্যুত বিভাগে৷ এফালে অনিয়মীয়া বিদ্যুৎ যোগান, আনফালে গ্রাহকৰ পৰা অত্যধিক বিল আদায় কৰি অহাৰ উপৰি গ্রাহকক হাৰাশাস্তি কৰি অহা মানকাচৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে প্রতিবাদ সাব্যস্ত কৰা গুৰুত্বপূৰ্ণ৷

প্ৰতিবাদী সমদলটোৱে বিভিন্ন শ্ল’গানেৰে মানকাচৰ চহৰৰ মূল মূল পথসমূহ পৰিভ্রমণ কৰি মানকাচৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে৷ আনহাতে প্রতিবাদী সমদলটো দুপৰীয়া একমান বজাত উপস্থিত হয় মানকাচৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কার্যালয়ত৷ মানকাচৰ বিদ্যুৎ বিভাগৰ কার্যালয়টো প্রতিবাদকাৰীয়ে ঘেৰাও কৰি শ্ল’গানেৰে কার্যালয় চৌহদৰ আকাশ- বতাহ উত্তাল কৰি তোলে৷

প্রতিবাদকাৰীসকলে প্রতিবাদ কৰি থকাৰ সময়তে মানকাচৰ ৰাজহ চক্র বিষয়া আৰু বিদ্যুৎ বিভাগৰ এছডিঅ’ গৰাকীৰ লগতে মানকাচৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয়৷ পাছত যুৱ নেতা ৰুকুমুজ্জামান আৰু ৰাইজে এখন স্মাৰক-পত্র চক্র বিষয়াগৰাকীৰ জৰিয়তে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে৷

প্রতিবাদস্থালীত উপস্থিত হোৱা বিদ্যুৎ বিভাগৰ এছডিঅ’ গৰাকীৰ মতে জিলাখনত প্রায় ১২ মেগাৱাট বিদ্যুতৰ প্রয়োজন, কিন্তু তেওঁলোকে মাত্র দুই, তিনি আৰু খুব বেছি চাৰি মেগাৱাট বিদ্যুতহে চৰকাৰৰ পৰা লাভ কৰে৷ ফলত ভল্টেজৰ সমস্যাকে ধৰি বিদ্যুৎ যোগান অনিয়মীয়া হৈ আছে৷ এই ক্ষেত্রত তেওঁ অসম চৰকাৰক জিলাখনত বিদ্যুৎ ব্যৱস্থা নিয়মীয়া কৰাৰ অনুৰোধ জনাব বুলি প্রতিবাদকাৰীসকলক প্ৰত‌িশ্ৰুত‌ি দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd