• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

নিৰ্বাচনী সভাত অমিত শ্বাহ : বিজেপি শাসনলৈ আহিলে ত্রিপুৰাক আদৰ্শ ৰাজ্য কৰি তোলা হ’ব

NE NOW NEWS পান্না ঘোষ
ধৰ্মনগৰ , February 11, 2018 10:19 pm

1 min read

Amit-Shah-570x320
69
VIEWS
Share on FacebookShare on Twitter

 

বিজেপিক শাসনলৈ আনিলে ত্ৰিপুৰাক অহা পাঁচ বছৰত আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। নিৰ্বাচন সমাগত ত্ৰিপুৰাত আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ লয়। শ্বাহে আজি মোহনপুৰ, চাওমানু আৰু তেলীয়ামূৰাত নিৰ্বাচনী সমাৱেশত ভাষণ দিয়ে।

তেওঁ সমাৱেশত উপস্থিতসকলক আহ্বান জনাই ৰাজ্যখনৰ পৰা বাওঁমৰ্চাক উৎখাত কৰিবলৈ কয়। তেওঁ অভিযোগ কৰি কয় যে ৰাজ্যখনত শ্ৰমিকৰ হাজিৰা বৰ্তমান অতি কম হৈ আছে। বিজেপি শাসনলৈ আহিলে বৰ্তমানৰ ১৭৭ টকাৰ হাজিৰা ৩৩০ টকা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। আনহাতে ভোটাৰসকলক কয় যে দলটো শাসনলৈ অহাৰ এসপ্তাহৰ ভিতৰত সপ্তম দৰমহা আয়োগ কাৰ্য্যকৰী কৰিব।

আনহাতে তেওঁ কয় যে কমিউনিষ্ট দলে মানুহক দুখীয়া কৰি ৰখাত বিশ্বাস কৰে। কাৰণ তেওঁলোক দুখীয়া মানুহৰ ওপৰতে ভৰসা কৰে।

আৰু লগতে তেওঁ কয় যে কেন্দ্ৰই যদিও পুঁজি তিনি গুণ বঢ়াই দিছে চি পি আই (এম)-এ ইয়াৰ বিপৰীত ছবি দেখুৱাই আছে।

লগতে তেওঁ গুৰুতৰ অভিযোগ আনি কয় যে চি পি আই(এম)-এ সন্ত্ৰাসৰ ৰাজত্ব চলাই আছে। তেওঁ বিজেপি শাসনলৈ আহিলে কাকো ৰেহাই দিয়া নহয় বুলিও মন্তব্য কৰে।

Recent News

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd