• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

নিৰ্বাচনৰ প্ৰাক ক্ষণত গাৰো পাহাৰত বিজেপিৰ নেতাৰ দল ত্যাগ

NE NOW NEWS চাইদুল খান
তুৰা , February 3, 2018 10:15 pm

1 min read

BJP-570x320
61
VIEWS
Share on FacebookShare on Twitter

মেঘালয় বিজেপিক অস্বস্তিত পেলাই আজি গাৰো পাহাৰৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপি নেতাই তেওঁৰ সমৰ্থকৰ সৈতে বিজেপি ত্যাগ কৰিছে। জেন আৰেং নামৰ এই নেতাজনে উইলিয়াম নগৰ বিধানসভা সমষ্টিত বিজেপিৰ পৰা টিকট বিচাৰিছিল বুলি এটা সূত্ৰই জানিবলৈ দিছে।

সূত্ৰটোৱে কোৱা মতে উক্ত সমষ্টিৰ পৰা বিজেপিয়ে সন্তোষ মাৰাকক টিকট দিছে। ইয়াকে লৈ ভীষণ অসন্তুষ্ট জেন আৰেঙে তেওঁৰ সমৰ্থকসকলক লৈ দল ত্যাগ কৰে।

সূত্ৰটোৱে জানিবলৈ দিয়ে যে নেতাজনে তেওঁৰ লগতে তেওঁৰ সমৰ্থকৰো স্বাক্ষৰসহ পদত্যাগ পত্ৰ  ৰাজ্যিক সভাপতি শ্বিবুন লিংডোৰ হাতত ৩ ফেব্ৰুৱাৰিত অৰ্পণ কৰে। পত্ৰখনত তেওঁ ব্যক্তিগত কাৰণত দল ত্যাগ কৰা বুলি কোৱা হৈছে।

উল্লেখযোগ্য যে আৰেং বিজেপিৰ গাৰো পাহাৰ জিলাৰ সভাপতিও আছিল। কিন্তু যোৱা বছৰৰ প্ৰথম ভাগতে তেওঁক সেই পদৰ পৰা আঁতৰোৱা হৈছিল আৰু তেওঁৰ ঠাইত ৰাকেশ মাৰাকক বহুওৱা হৈছিল।

আনহাতে সূত্ৰটোৱে কয় যে আৰেঙে আন কোনো দলত যোগদান কৰিব নে নকৰে বা নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে সেই কথা এতিয়াও নিশ্চিত কৰা নাই।

Recent News

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd