DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

নিৰ্বাচন অভিমুখী মেঘালয়লৈ কেন্দ্ৰৰ পৰ্য্যটন মন্ত্ৰ্যালয়ৰ ৭০ কোটি টকাৰ প্ৰকল্প উপহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2018 4:43 pm
alphons
64
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন অভিমুখী মেঘালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰ্য্যটন মন্ত্ৰ্যালয়ৰ পৰা ৭০ কোটি টকাৰ প্ৰকল্পৰ উপহাৰ আগ বঢ়োৱা হৈছে। এই উপহাৰ টোপোলা আগ বঢ়াই কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰী আলফনছ জোছেফে মেঘালয়ত কালি স্বদেশ দৰ্শন আঁচনিৰ অধীনত এই প্ৰকল্পবোৰ লোৱা হৈছে বুলি কয়। এই প্ৰকল্পবোৰ কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰ্যালয়ে নিয়োগ কৰা এটা কনছালটেণ্ট গোটে প্ৰস্তুত কৰা বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে। ৰাজ্যখনৰ মুঠ ৪৮টা ধৰ্মীয় স্থানক এই আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছে। এইবোৰৰ ভিতৰত থকা প্ৰধান স্থানবোৰ হ’ল লাইতুমখ্ৰাহৰ কেথলিক কেথেড্ৰেল গীৰ্জা, নাৰ্টিয়াং দুৰ্গা মন্দিৰ আৰু নাৰ্টিয়াং একশিলা (monoliths) ক্ষেত্ৰ, জাইৱা প্ৰেছবাইটেৰিয়ান গীৰ্জা, গাৰো পাহাৰৰ বালুপাড়া বেপ্টিষ্ট কনভেনশ্যন চেণ্টাৰ, লবন গ্লাছ মচজিদ, গুৰুদ্বাৰা চাহিবৰ লগতে অন্যান্য গীৰ্জা, মন্দিৰ, দেৱালয় আছে।

আনহাতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ পৰা এনে উপহাৰ ঘোষণা কৰাটোত ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্য আছে নেকি বুলি কৰা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনে সেই অভিযোগ নাকচ কৰি কয় যে এইটো এটা অবিৰত প্ৰক্ৰিয়া। সাংবাদিকৰ আগত মন্ত্ৰীজনে কয়, ‘আমি উপাসনা স্থানবিলাকৰ আন্তঃগাঁথনি উন্নত কৰি এইবোৰৰ সৈতে জড়িত থকা ধৰ্মীয় পৰ্য্যটনৰ বিকাশ সাধন কৰিব বিচাৰিছো। সমগ্ৰ দেশতে মুঠ ১.৬ বিলিয়ন লোকে বিভিন্ন ধৰ্মীয় স্থানবোৰ পৰিদৰ্শন কৰিছে।’

তেওঁ মেঘালয় চৰকাৰে এজনো বিষয়াক এই প্ৰকল্পবোৰৰ উপস্থাপন কৰা যোৱা ৫ ডিচেম্বৰৰ কাৰ্য্যসূচীলৈ প্ৰেৰণ নকৰাত আশ্চৰ্য্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰশ্ন কৰি কৈছে, ‘ৰাজ্য চৰকাৰখনে কিয় এই প্ৰকল্পবোৰৰ বিৰোধ কৰিছে আমি নাজানো। তেওঁলোকে এইবোৰ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব বাবে ইয়াৰ টকা হজম কৰিবলৈ নাপায় গতিকেই এনে কৰিছে নেকি?’

উল্লেখযোগ্য যে মেঘালয়ৰ চলিত বিধানসভাৰ কাৰ্য্যকাল অহা ৬ মাৰ্চত অন্ত পৰিব। আৰু সেই বাবে ফেব্ৰুৱাৰি-মাৰ্চৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। নিৰ্বাচন সমাগত ৰাজ্যখনত শেহতীয়াকৈ কেন্দ্ৰত শাসনত থকা বিজেপিৰ সক্ৰিয়তা লক্ষণীয়ভাৱে বৃদ্ধি পোৱা দেখা গৈছে।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd