DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচন খেলাৰ মানসেৰে এন এন পিৰ নাগালেণ্ড শাখা মুকলি

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 4, 2017 4:29 pm
79
VIEWS
Share on FacebookShare on Twitter

আগন্তুক বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰি নেশ্যনেল পিপুলছ্ পাৰ্টি (এন পি পি) এ নাগালেণ্ডৰ ডিমাপুৰত ইয়াৰ এটা শাখা মুকলি কৰিছে। এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা নাগালেণ্ডৰ ভাৰপ্ৰাপ্ত নেতা বিবেকৰাজ ওৱাংখেমে জানিব দিয়ে যে দলটোৱে ৰাজ্যখনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবই যদিও কিমানখন আসনত প্ৰাৰ্থিত্ব আগবঢ়াব সেইটো নিশ্চিত কৰা নাই।

নাগালেণ্ড বিধানসভাত মুঠতে ৬০ খন আসন আছে। এটো য়েপ্থমিক ৰাজ্যিক শাখাৰ আহ্বায়ক হিচাপে আৰু শশাংক ঘাটৰাজৰ নাম সহ আহ্বায়ক হিচাপে ঘোষণা কৰা হৈছে। অহা ১০ দিনৰ ভিতৰতে তেওঁলোকে এখন পুৰ্ণাংগ কমিটি গঠন কৰিব।বিজেপিৰ ৰাজ্যিক শাখাৰ প্ৰাক্তন সভাপতি য়েপ্থমিয়ে কেতিয়াও নিৰ্বাচন খেলা নাই।

‘’এন পি পি হৈছে এগৰাকী জনজাতি সভাপতি থকা প্ৰথমটো ৰাষ্ট্ৰীয় দল যিয়ে উত্তৰ-পূবৰ বিষয়বোৰ সংসদত তুলি ধৰিব পাৰে,’’ – শাখা মুকলি অনুষ্ঠানত য়েপ্থমিয়ে কয়। নাগালেণ্ডৰ শাখাটো হৈছে এন পি পিৰ ১১ তম শাখা।

Recent News

কি কথা! আৰু মাত্ৰ ২০ বছৰ পাছত নিশাৰ আকাশত দেখা নাযাব হেনো তৰা; কি কয় বিজ্ঞানীয়ে?

কি কথা! আৰু মাত্ৰ ২০ বছৰ পাছত নিশাৰ আকাশত দেখা নাযাব হেনো তৰা; কি কয় বিজ্ঞানীয়ে?

মহানগৰীত জলসন্ত্ৰাস! খাৰঘূলিৰ পিছত এইবাৰ মালিগাঁওত ফুটিল পানীৰ পাইপ; জলমগ্ন বিস্তৃত অঞ্চল

মহানগৰীত জলসন্ত্ৰাস! খাৰঘূলিৰ পিছত এইবাৰ মালিগাঁওত ফুটিল পানীৰ পাইপ; জলমগ্ন বিস্তৃত অঞ্চল

পুটিনৰ সৈতে বৈঠকৰ সময়তে বিষক্ৰিয়া? সংকটজনক অৱস্থাত হাস্পাতালত বেলাৰুছৰ ৰাষ্ট্ৰপতি

পুটিনৰ সৈতে বৈঠকৰ সময়তে বিষক্ৰিয়া? সংকটজনক অৱস্থাত হাস্পাতালত বেলাৰুছৰ ৰাষ্ট্ৰপতি

পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান! ভাৰতৰ বাবে সলনি হ’বনে সুৰ? কি স্থিতি ভাৰতৰ?

পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান! ভাৰতৰ বাবে সলনি হ’বনে সুৰ? কি স্থিতি ভাৰতৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd