DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নুৰুদ্দিন আহমেদ আন্তঃজিলা ছিনিয়’ৰ ক্ৰিকেটৰ ফাইনেলত বঙাইগাওঁ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2018 10:28 am
NuruddinCricket
94
VIEWS
Share on FacebookShare on Twitter

মঙলদৈ ষ্টেডিয়ামত চলি থকা নুৰুদ্দিন আহমেদ আন্তঃজিলা ছিনিয়’ৰ ক্ৰিকেটৰ ছেমি ফাইনেলত টছৰ জৰিয়তে শিলচৰক আঁতৰাই বঙাইগাৱেঁ ফাইনেলত প্ৰৱেশ কৰিছে।

উল্লেখযোগ্য যে ছেমি ফাইনেলৰ তিনি দিনৰ খেলত বেয়া বতৰৰ বাবে এটা ইনিংছৰ খেলো সম্পূৰ্ণ নহ’ল। সেমেকা পিটছৰ বাবে প্ৰথম দুদিনৰ খেল বাতিল হোৱাৰ পিছত ২৩ এপ্ৰিলত মুঠ ৭৪.১ অ’ভাৰৰ খেল হৈছিল, য’ত শিলচৰে বেট ধৰি ২১৯ ৰান সংগ্ৰহ কৰিছিল। শিলচৰৰ হৈ অভিষেক ঠাকুৰীয়াই সৰ্বাধিক ৫৫ (৩২) ৰান কৰাৰ লগতে প্ৰিতম দাসে ৪৫ আৰু ৰাজদীপ দাসে ২৯ ৰান কৰে। বঙাইগাৱঁৰ হৈ ৰঞ্জন গগৈ (৪/৭০), প্ৰীতম তালুকদাৰ (২/২৭) আৰু পল্লৱ দাস (২/৪৯) আছিল উল্লেখযোগ্য সফলতা লাভ কৰা ব’লাৰ।

প্ৰত্যুত্তৰত বঙাইগাৱেঁ তেওঁলোকৰ প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই ১৩ অ’ভাৰত ৪৭ ৰান সংগ্ৰহ কৰিছিল। তেনে মুহূৰ্ততে খেল সমাপ্তি আৰু ড্ৰ ঘোষণা কৰা হয়।

ফলত টছৰ জৰিয়তে চূড়ান্ত প্ৰতিযোগিতালৈ দল দুটাৰ মাজৰ এটাক নিৰ্বাচন কৰাৰ সিদ্ধান্ত লোৱা হয়। টছত বঙাইগাওঁ সৌভাগ্যৱান দল হিচাপে ফাইনেল খেলাৰ যোগ্যতা লাভ কৰে।

টোকা : প্ৰথম অৱস্থাত টছৰ ফলাফল শিলচৰৰ সপক্ষে গৈছিল বুলি আয়োজকে দিয়া তথ্যৰ ভিত্তিত শিলচৰে ফাইনেললৈ যোগ্যতা লাভ কৰা বুলি বাতৰিটোত কোৱা হৈছিল। এই ভুল বাতৰিৰ বাবে সম্পাদনা মণ্ডলী ক্ষমাপ্ৰাৰ্থী।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd