DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘নেডা’ৰ অধিৱেশনত অমিত শ্বাহৰ উপস্থিতিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী অতুল বৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 20, 2018 2:11 pm
ATTACHMENT
92
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ থকা ‘নেডা’ৰ তৃতীয় বাৰ্ষিক অধিৱেশনত বিজেপিৰ সভাপতি অমিত শ্বাহৰ উপস্থিতিতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবী উত্থাপন কৰিলে মিত্ৰজোঁটৰ অগপ মন্ত্ৰী অতুল বৰাই।

ভাষণ প্ৰসংগত অগপ সভাপতি বৰাই লগতে তেওঁ কয়— ‘অসমীয়াৰ আৱেগজড়িত হৈ থকা অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ হেৱাটো বাঞ্চনীয়। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অসমীয়াৰ অস্তিত্বৰ প্ৰতি এক ভাবুকি স্বৰূপ। সেয়েহে এই বিধেয়ক বাতিল কৰিব লাগে’।

অধিৱেশনত উপস্থিত থকা বিপিএফৰ মুৰব্বী হাগ্ৰামা মুহিলাৰীয়ে অগপ সভাপতি গৰাকীৰ  কথাৰ প্ৰতি সঁহাৰি জনাই কয় যে এই সমস্যাৰ এনেভাৱে সমাধান হ’ব লাগে যাতে সাপো মৰক লাঠিও নাভাঙক।

উল্লেখযোগ্য যে অতুল বৰা আৰু হাগ্ৰামা মহিলাৰীৰ বাহিৰে উত্তৰ- পূবৰ কোনো এজন মুখ্য মন্ত্ৰীয়ে নিজৰ ভাষণত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়টো উল্লেখ নকৰিলে। সকলোৱে কেৱল নিজ নিজ ৰাজ্যত মোদী চৰকাৰৰ নেতৃত্বত বিকাশৰে ভৰি পৰা বুলি প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

বিজেপি মিত্ৰজোঁট চৰকাৰৰ অন্যতম অংশীদাৰি দল অগপৰ সভাপতি বৰাই এইদৰে অমিত শ্বাহৰ উপস্থিতিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰাটো মনকৰিবলগীয়া।

 

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd