DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, April 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home প্ৰতিৱেশী

নেপালত পদত্যাগৰ দাবী উঠিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে

by
January 9, 2018 7:21 pm
মুখ্য ন্যায়াধীশ গোপাল পাৰাজুলি।

মুখ্য ন্যায়াধীশ গোপাল পাৰাজুলি।

72
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ৰ পিছতে সোমবাৰে এজন জ্যেষ্ঠ অস্থি শল্যচিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে নেপালৰ ৰাজধানী কাঠমাণ্ডুত আজি ইয়াৰ কিছু সংখ্যক নাগৰিকে শীৰ্ষ আদালতখনৰ মুখ্য ন্যায়াধীশ গোপাল পাৰাজুলিৰ পদত্যাগৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী উলিয়ায়। ডাঃ গোবিন্দ কে চি নামৰ এই চিকিৎসকজন সঘনে প্ৰতিবাদত বহাৰ বাবে জনাজাত আছিল। কালিৰ প্ৰতিবাদটো ক্ৰমাগতভাৱে তেওঁ কৰা প্ৰতিবাদৰ ১৪ নং প্ৰতিবাদ আছিল। তেওঁ ইনষ্টিটিউট অব মেডিচিনৰ ডীন হিচাপে ডাঃ শশী শৰ্মাক পুনৰ অধিষ্ঠিত কৰা বাবে মুখ্য ন্যায়াধীশ পাৰাজুলিৰ পদত্যাগ দাবী কৰি এই প্ৰতিবাদত বহিছিল। প্ৰতিবাদত বহাৰ কথা ঘোষণা কৰাৰ লগে লগে উচ্চতম ন্যায়ালয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাবলৈ গৃহ মন্ত্ৰ্যালয়ক নিৰ্দেশ দিয়ে। কিন্তু তেওঁৰ ভালেসংখ্যক সমৰ্থক আৰু সমাজকৰ্মী তথা কিছুমান ৰাজনৈতিক নেতায়ো মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীত প্ৰতিবাদত অংশগ্ৰহণ কৰে।

‘তেওঁ পদত্যাগ কৰা উচিত, কাৰণ তেওঁ বাৰে বাৰে ভুল কৰি আছে। তেওঁ দিয়া ৰায়বোৰৰ ওপৰত বহুতো লোকে প্ৰশ্ন কৰিছে। তেওঁৰ এছ এল চি প্ৰমাণপত্ৰৰ ওপৰতো সন্দেহ আছে।’ এজন প্ৰতিবাদকাৰীয়ে কয়। তেওঁ কয় যে আইন পৰিচালনা আৰু মানি চলাৰ বাবে নিয়োজিতজনেই ইয়াৰ বিৰুদ্ধে কাম কৰি আছে।

আন এজন প্ৰতিবাদকাৰী মনোজ  অধিকাৰীয়ে কয়, ‘পলাতক বুলি কোৱাসকল মুকলিকৈ ঘূৰি ফুৰিছে আৰু চৰকাৰ তেওঁলোকক জেইললৈ পঠাবলৈ সক্ষম নহয়। অথচ গোবিন্দ কে চিৰ দৰে সমাজকৰ্মীক অপৰাধীৰ দৰে ধৰি জেইলত ৰখা হৈছে। এইটো নেপালী নাগৰিকৰ বাবে অপমানৰ বিষয়।’

উল্লেখযোগ্য যে নেপালত মুখ্য ন্যায়াধীশৰ ৰাজনৈতিক নিযুক্তিৰ পৰম্পৰা আছে।

Recent News

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

অল দেট ব্ৰেথছ্

অল দেট ব্ৰেথছ্

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd