• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী নেপাল

নেপালস্থিত ভাৰতীয় দূতাৱাসৰ সমীপত সংঘটিত আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ দিল্লীত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2018 4:30 pm
IED-blast-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চে এপ্ৰিল মাহত নেপালস্থিত ভাৰতীয় দূতাৱাসৰ সমীপত এটা ক্ষুদ্ৰ প্ৰাৱল্যৰ বিস্ফোৰণ ঘটোৱা ঘটনাৰ মাষ্টাৰমাইণ্ডজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

নেপালৰ মোৰাঙৰ বাসিন্দা ৬০ বছৰীয়া সুৰেশ কুমাৰ ওৰফে সাগৰ ৰাই নামৰ ব্যক্তিজনক কলকাতা স্পেচিয়েল টাস্ক ফৰ্চে দিল্লীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Apply Now

আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ৰাই হৈছে চি পি আই-এম এল (বিপ্লৱ গোট)ৰ জিলা সম্পাদক আৰু তেৱেঁই নেপালৰ ভাৰতীয় দূতাৱাসত সংঘটিত কৰা আক্ৰমণৰ পৰিকল্পনা কৰিছিল।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে, নেপালৰ উদ্যোগ নগৰী বিৰাট নগৰত অৱস্থিত ভাৰতীয় দূতাৱাসৰ সমীপত প্ৰেছাৰ কুকাৰ বোমা বিস্ফেৰিত কৰি দূতাৱাসৰ বিষয়াবৰ্গক ভাবুকি প্ৰদান কৰিছিল।

তেওঁৰ সহযোগীসকল আৰক্ষীৰ হাতত ধৰা পৰিছিল আৰু সুৰেশ কুমাৰ ভাৰতলৈ পলাই আহিবলৈ সক্ষম হৈছিল আৰু দিল্লীত বাহৰ পাতি আছিল বুলি আৰক্ষী সূত্ৰটোত কোৱা হৈছে।

স্পেচিয়েল টাস্ক ফৰ্চৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই প্ৰকাশ কৰা মতে ৰাইৰ সংগঠনটোৱে নেপালস্থিত ভাৰতীয় প্ৰতিষ্ঠানসমূহত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে কেইদিন মান পূৰ্বে প্ৰধান মন্ত্ৰীয়ে ভ্ৰমণ কৰাৰ সম্ভৱনা থকা নেপালৰ এটা বান্ধৰ কাষতো কম প্ৰাৱল্যৰ বোমা এটা বিস্ফোৰণ ঘটোৱা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

November 1, 2026 3:40 pm
গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm
মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

November 1, 2026 3:40 pm
গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd