• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, February 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাক সাক্ষাৎ কৰিলে ভাৰতীয় ৰাষ্ট্ৰদূতে

NE NOW NEWS এন ই নাও নিউজ
কাঠমাণ্ডু , December 30, 2017 9:58 pm

2 min read

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাক সাক্ষাৎ কৰিলে ভাৰতীয় ৰাষ্ট্ৰদূতে

নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত মনজিভ সিং পুৰী

208
VIEWS
Share on FacebookShare on Twitter

নেপালত থকা ভাৰতীয় ৰাষ্টদূত মনজিভ সিং পুৰীয়ে শুকুৰবাৰে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাক সাক্ষাৎ কৰে। কাঠমাণ্ডূ প’ষ্ট কাকতত এই খৱৰ প্ৰকাশ পাইছে। সূত্ৰৰ উদ্ধৃতি দি কাকতখনে প্ৰকাশ কৰিছে যে নোপালৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় ৰাষ্ট্ৰদূত গৰাকীয়ে বৈঠকত নেপালৰ সাম্প্ৰতিক ৰাজনীতিৰ বিষয়ে আলোচনা কৰে।

ভাৰতীয় ৰাষ্ট্ৰদূত পুৰী যোৱা সপ্তাহত ভাৰতৰ পৰা উভতি আহিছিল। প্ৰধানমন্ত্ৰী দেউবাৰ সচিবালয়ৰ বিষয়াই জনাইছে যে পুৰীয়ে দিল্লীৰ পৰা উভতি অহাৰ পিছৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীৰ সাক্ষাৎ পাবলৈ বিচাৰি আছিল। অৱশ্যে শুকুৰবাৰে বৈঠকৰ ব্যৱস্থা কৰা হয়।

পুৰী ভাৰত আহি পোৱাৰ পিছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২১ ডিচেম্বৰত নেপালৰ তিনিটা প্ৰধান ৰাজনৈতিক দলৰ মুৰব্বীসকলৰ সৈতে কথা পাতিছিল। মোডীয়ে টেলিফোনযোগে নেপালে সফলতাৰে ৰাষ্ট্ৰখনৰ লগতে প্ৰাদেশিক নিৰ্বাচন অনুষ্ঠিত কৰা তথা  ফলাফল ঘোষণা কৰাৰ বাবে নেতাসকলক অভিনন্দন জনাইছিল।

নেপালত এখন নতুন চৰকাৰ গঠনৰ বাবে কুজ-কাৱাজ চলি থকাৰ সময়তে পুৰীয়ে নেপালী কংগ্ৰেছৰ সভাপতি তথা প্ৰধানমন্ত্ৰী দেউবাক সাক্ষাৎ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাবে বিবেচিত হৈছে।

প্ৰধানমন্ত্ৰীৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপদেষ্টা ড০ দীনেশ ভট্টৰায়ে অৱশ্যে কয় যে তেওঁ এই বৈঠক সম্পৰ্কে জ্ঞাত নহয়। একেদৰে ভাৰতীয় দূতাবাসৰ মুখপাত্ৰ ৰুবী যশপ্ৰীতেও দাবী কৰে যে তেওঁ সংবাদ মাধ্যমৰ জৰিয়তেহে বৈঠকৰ বিষয়ে জানিব পাৰিছে।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd