• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ন্যায়ালয়ে পুনৰ কাৰাগাৰৰ চাৰিবেৰৰ মাজলৈ পঠিয়ালে দুৰ্নীতিৰ সম্ৰাট ড০ বসন্ত কুমাৰ দলেক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 30, 2018 1:31 pm

2 min read

BasantaKumarDoley
76
VIEWS
Share on FacebookShare on Twitter

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া বাছনি প্রক্রিয়াত ব্যাপক অনিয়মেৰে কোৰোণাৰে ধন চপোৱা আয়োগৰ সদস্য ড০ বসন্ত কুমাৰ দলেক ন্যায়ালয়ে পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰিছে। ১২ দিন ধৰি আৰক্ষীৰ জিম্মাত থকা দলেক ২৯ মে’ত বিশেষ ন্যায়াধীশৰ আদালতে ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্রেৰণ কৰে ৷ তেওঁক গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ৰখা হৈছে। আৰক্ষীৰ জিম্মাত থকা এই ১২ দিন ধৰি বিষয়াজনক আৰক্ষীৰ কেইবাজনো শীর্ষ বিষয়াই জেৰা কৰিছিল বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে দুৰ্নীতিৰে কলংকিত বিষয়াজন দ্বিতীয়বাৰৰ বাবে কাৰাগাৰলৈ যাব লগীয়া হ’ল। ইয়াৰ পূৰ্বেও তেওঁক একেটা কেলেংকাৰিতে ২০১৬ চনত গ্ৰেপ্তাৰ হৈছিল। ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা বিয়াগোম কেলেংকাৰিটোত অসম লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ অন্যতম সহযোগী আছিল আয়োগৰ সদস্য ড০ বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমান। এই তিনিওজন এতিয়া কাৰাগাৰৰ আলহী।

জানিব পৰা মতে, ড০ বসন্ত কুমাৰ দলেই অসৎ উপায়েৰে সম্পত্তিৰ পাহাৰ গঢ়িছিল। তেওঁক পূৰ্বে অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত সেৱাৰ বিষয়া নিযুক্তিত অধ্যক্ষ ৰাকেশ পালৰ সৈতে লগ হৈ বৃহৎ কেলেংকাৰি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জে’ললৈ প্ৰেৰণ কৰিছিল। কিন্তু উক্ত গোচৰটোত জামিন লৈ মুকলি আকাশৰ তলত আছিল যদিও এইবাৰ দলেক বিশেষকৈ কৃষি উন্নয়ন বিষয়া বাছনি প্ৰক্ৰিয়াত অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ সহযোগত লাখ লাখ টকা চাকৰি প্ৰাৰ্থীৰ পৰা আদায় কৰাৰ অভিযোগত যোৱা ১৭ মে’ত মহানগৰ আৰক্ষীৰ ভঙাগড় থানাই গ্রেপ্তাৰ কৰে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd