• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নৰ্থ ইষ্ট নাও’ৰ বাতৰিৰ প্ৰভাৱ : হাফলঙৰ পৰা স্থানান্তৰিত হ’ল সৰ্বশিক্ষাৰ ব্ল’ক মিশ্যনৰ কাৰ্যালয়

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
May 6, 2018 11:25 am
20180412_125501-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে জিলা সদৰ হাফলঙৰ পৰা স্থানান্তৰিত কৰা হল সৰ্বশিক্ষাৰ অধীনৰ অধিকাংশ ব্ল’ক মিশ্যনৰ কাৰ্যালয়। জিলা সদৰৰ পাঁচটা ব্ল’ক কাৰ্যালয়ৰ ভিতৰত মাইবাঙ, দিয়ুঙব্ৰা আৰু মাহুৰ ব্ল’ক হাফলং কাৰ্যালয়ত তলা ওলোমাই সংশ্লিষ্ট এলেকাত কাৰ্যালয় নতুনকৈ স্থাপন কৰিছে কৰ্তৃপক্ষই।

যোৱা ২০ এপ্ৰিল তাৰিখে ‘নৰ্থ ইষ্ট নাও’ত হাফলঙৰ সৰ্বশিক্ষা অভিযান মিশ্যনৰ পাঁচটা ব্ল’ক মিশ্যনৰ কাৰ্যালয় এটা দশক ধৰি বিভিন্ন কাৰণত ইয়াৰ পৰাই পৰিচালিত হৈ থকাৰ বাতৰি প্ৰকাশ পাইছিল আৰু এই বাতৰি প্ৰকাশৰ লগে লগে সৰ্বশিক্ষা মিশ্যনৰ ভিতৰচৰাত হুৱাদুৱা লাগে। বাতৰি প্ৰকাশৰ এদিন পাছত জিলা মিশ্যন সমন্বয়ক এল জেদ নামপুইয়ে এক নিৰ্দেশনা দিয়ে য’ত নামপুইয়ে অনতিপলমে সংশ্লিষ্ট ব্ল’ক কাৰ্যালয় হাফলঙৰ পৰা নিজ নিজ এলেকাত স্থানান্তৰ কৰাৰ কথা উল্লেখ কৰে।

Apply Now

অবশ্যে, ডিএমচিৰ নিৰ্দেশ পোৱাৰ লগে লগে তিনিটা  বিএমচি কাৰ্যালয় ক্ৰমে মাইবাঙ, দিয়ুঙব্ৰা আৰু মাহুৰ নিজৰ স্থানলৈ উভতি যোৱাৰ লগতে এতিয়া হাৰাঙ্গাজাও আৰু চাঙবাৰ ব্ল’ক কাৰ্যালয়ো স্থানান্তৰ কৰাৰ  যো-জা চলি আছে। আনহাতে, এনে নিৰ্দেশৰ পাছত ব্লকৰ কৰ্মী সকল সমস্যাত পৰিছে। কিয়নো আটাইবোৰ ব্ল’কৰ অধিকাংশতে বেছিভাগ কৰ্মচাৰী হাফলঙৰ আৰু এনে পৰিস্থিতিত জিলা সদৰ হাফলং এৰি মাইবাঙ, মাহুৰ বা দিয়ুঙব্ৰাত কৰ্তব্য সম্পাদন কৰাটো মূৰৰ কামোৰণি হৈ পৰিছে।

ইপিনে সৰ্বশিক্ষা মিছনৰ অধীনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিনামূলীয়া পোছাক যোগান ধৰাক লৈও দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd