• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৱ প্ৰজন্মক মুক্ত মনেৰে অধ্যয়নৰ আহ্বান বাণিজ্য শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত ৰৌনক লোহিয়াৰ

NE NOW NEWS মিণ্টু
নগাঁও , May 31, 2018 7:55 pm

2 min read

HS Commerce 1st Rounak Lohia

বাণিজ্য শাখাত প্ৰথমস্থান প্ৰাপ্ত ৰৌনক লোহিয়া

88
VIEWS
Share on FacebookShare on Twitter

”ফেচবুক, হোৱাটছএপপ আদি চ’ছিয়েল মিডিয়া সঠিক ভাৱে ব্যৱহাৰ কৰিলে সমাজৰ মংগল হ’ব। সেয়ে ইয়াৰ ব্যৱহাৰ সীমিত হোৱা উচিত।” আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰা নগাঁৱৰ গীতাঞ্জলী কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ৰৌনক লোহিয়াই এইদৰে মন্তব্য কৰি নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক মুক্ত মনেৰে অধ্যয়নত ব্ৰতী হ’বলৈ আহ্বান জনায়।

নগাঁও চহৰৰ হয়বৰগাঁৱৰ ব্যৱসায়ী সুৰেশ লোহিয়া আৰু সোনিলা লোহিয়াৰ পুত্ৰ ৰৌনকৰৰ এই সাফল্যই সমগ্ৰ নগাঁও জিলাৰ লগতে শিক্ষানুষ্ঠানখনত আনন্দৰ জোৱাৰ উঠিছে।

শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলে নৃত্য, গীত পৰিৱেশন কৰি আনন্দ উল্লাস প্ৰকাশ কৰে। ৰৌনকে ইংৰাজীত ৯১, ঐচ্ছিক ইংৰাজীত ৯৩, হিচাব বিদ্যাত ৯৭, ব্যৱসায়িক অধ্যয়নত ৯৪, বাণিজ্যিক আৰু পৰিসংখ্যাত ৯৯, বেংকিঙত ৮৪ নম্বৰসহ মুঠ ৪৭৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ৰৌনকে সাংবাদিকক জানিবলৈ দি কয়, ‘বেছি সময় অধ্যয়ন কৰা নাছিলো যদিও পৰীক্ষাৰ আগত বেছিকৈ অধ্যয়ন কৰিছিলো। ফেচবুক ব্যৱহাৰ কৰিছিলো যদিও পৰীক্ষাৰ সময়ত ব্যৱহাৰ কৰা নাছিলো’।

তেওঁ আজৰি সময়ত উপন্যাস, বাতৰি কাকত আদি পঢ়াৰ লগতে টিভি চোৱা আৰু ক্ৰিকেট খেলাৰ কথাও উল্লেখ কৰে। ইফালে ছাত্ৰ-ছাত্ৰী সকলক নিয়মীয়াকৈ শ্ৰেণীকোঠাত উপস্থিত থাকিবলৈ আহ্বান জনায়। সদ্যহতে কলকতাৰ ছেন্ট কলেজত অধ্যয়ন কৰি ভৱিষ্যতে চাৰ্টাড একাউন্টেণ্ট (চি এ) হোৱাৰ মন ৰৌনকৰ।

Recent News

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd