• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন শিকাৰুৰ বাবে সুযোগ : উড়িচী নৃত্যৰ প্ৰসাৰত ব্যস্ত নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 11:45 am
8d3d7185-24e9-432a-975d-0d791faac447

উড়িচী নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ আমবাৰীস্থিত আগশাৰীৰ উড়িচী নৃত্যৰ শিক্ষানুষ্ঠান ‘দৰ্পণ ডান্স একাডেমি’ত চলিত বৰ্ষৰ ২০১৮-১৯ বৰ্ষৰ নামভৰ্তীৰ বাবে আবেদন গ্ৰহণ কৰি থকা হৈছে। এই কথা জানিবলৈ দিয়ে শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক তথা প্ৰশিক্ষক ড০ অঞ্জনা ময়ী শইকীয়া ই।

উল্লেখ্য যে ২০১২ বৰ্ষৰ আমবাৰীৰ লীলাধৰ বৰুৱা পথৰ হাউচ নং ১৫ত প্ৰতিষ্ঠা লাভ কৰা নৃত্য প্ৰতিষ্ঠানখৰ জন্মলগ্নৰে পৰা ড০ অঞ্জনা ময়ী শইকীয়াৰ তত্বাৱধানত বহতো শিক্ষাৰ্থীয়ে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Apply Now

শিক্ষানুষ্ঠানখনৰ প্রধান প্ৰশিক্ষক ড০ অঞ্জনা ময়ী শইকীয়াই প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীৰ গৰিমা হাজৰিকাৰ পৰা উড়িচী নৃত্যৰ আদিপাঠ গ্ৰহণ কৰিছিল।পৰৱৰ্তী সময়ত তেওঁ উড়িচীৰ শিক্ষা গ্ৰহণ কৰে কিংবদন্তি গুৰু পদ্মবিভূষণ কেলোচৰণ মহাপাত্ৰ পৰা আৰু নৃত্যশিল্পী প্ৰতিমা গৌৰী বেদীৰ পৰা।

আনহাতে অসমৰ এইগৰাকী জনপ্ৰিয় উড়িচী নৃত্যশিল্পীয়ে পৰৱৰ্তী সময়ত নৃত্যশিল্পী সুজাতা মহাপাত্ৰ, ৰিনা জানা, ভুবনেশ্বৰৰ পবিত্ৰ কুমাৰ প্ৰধানৰ তত্বাৱধানতো উড়িচীৰ শিক্ষা লাভ কৰে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে দেশৰ আগশাৰীৰ উড়িচী নৃত্যশিল্পীৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰাৰ পাছত অসমৰ এইগৰাকী উড়িচী নৃত্যশিল্পীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো নিজৰ প্ৰতিভাৰ উমান দি আহিছে।

3e344896-cdf0-4f57-9fd0-9982a4ed4883
উড়িচী নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়া

দূৰদৰ্শনৰ পৰা উড়িচী আৰু সত্ৰীয়া নৃত্যত ‘এ গ্ৰেড’ শিল্পীৰ মৰ্যাদা পোৱা নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়াই আমেৰিকা, ডেনমাৰ্ক আৰু পৰ্টুগালৰ লগতে ভাৰতৰ ভুবনেশ্বৰ, মুম্বাই, বাংগালোৰ আদি ঠাইত উড়িচী আৰু সত্ৰীয়া নৃত্যৰ প্ৰদৰ্শনেৰে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে।

মনকৰিবলগীয়া যে সংগীত নাটক অকাডেমি বঁটা প্ৰাপক গুৰু বৰবায়ন ঘনকান্ত বৰাৰ ওচৰত সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰা অঞ্জনা ময়ী শইকীয়াই উড়িচী নৃত্যৰ সমান্তৰালকৈ অভূতপূৰ্ব সফলতা লাভ কৰিছে সত্ৰীয়া নৃত্যতো।

সৰুৰে পৰা উড়িচী আৰু সত্ৰীয়া নৃত্যৰ প্ৰতি থকা অদম্য ইচ্ছা শক্তিৰ বাবে তেওঁ আজি অসমতে নহয় ভাৰতবৰ্ষতে নিজৰ প্ৰতিভাৰ উমান দিয়াৰ উপৰি এগৰাকী সফল নৃত্যশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

আনহাতে এই গৰাকী প্ৰতিভাধৰ তথা বহুতো সন্মান বুটলি আনিবলৈ সক্ষম হোৱা উড়িচী নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়াৰ তত্বাৱধানত উড়িচী নৃত্যৰ শিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলে ৮৬৩৮২৯০১৪৬ আৰু ৯৪৩৫১৪৩১৯০ নম্বৰ দুটাত যোগাযোগ কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd