• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ বুথ সভাপতি সন্মিলনত আহি উপস্থিত হ’ল ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 24, 2018 12:27 pm

1 min read

IMG-20180324-WA0010
73
VIEWS
Share on FacebookShare on Twitter

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ বুথ সভাপতিসকলৰ সন্মিলনখন ইতিমধ্যে আৰম্ভ হৈছে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পতাকা উত্তোলন কৰে আৰু তেওঁক সহযোগ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ৰামলালে।

গুৱাহাটীৰ সাংসদ তথা বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে বন্তি প্ৰজ্বলন কৰে।

আমোদজনকভাৱে, বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ৰামলালে প্ৰথমতে জোতা পৰিধান কৰিয়েই পতাকা উত্তোলনস্থলীত প্ৰৱেশ কৰে যদিও ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কোৱাৰ পিছত জোতাযোৰ খুলি লয়।

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনায়।

ইতিমধ্যে ৰাষ্ট্ৰীয় সভাপতি আহি খানাপাৰাৰ সন্মিলনস্থলীত উপস্থিত হয় আৰু দলৰ বিষয়ববীয়াসকলে তেওঁক উষ্ম আদৰণি জনায়।

মঞ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছে আৰু কিছুসময় পিছতেই বুথ সভাপতিসকলক উদ্দেশ্যি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ভাষণ দিব।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই বুথ সভাপতি সন্মিলনতেই পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ কৰ্মীসকলক উজ্জীৱিত কৰি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকে ধৰি ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই ভাষণ ৰাখিব।

 

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd