DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

পত্নী আৰু দুই সন্তানক গুলীয়াই ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ জোৱানৰ আত্মহত্যা

পিনাকী দাস by পিনাকী দাস
May 8, 2018 10:45 am
murdersuicidegraphic-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

63
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত পুনৰ সংঘটিত হৈছে এটা স্বাঞ্চল্যকৰ ঘটনা। ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ এজন জোৱানে নিজৰ পত্নী আৰু দুই সন্তানক নিজ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই জঘন্য ঘটনাতো সংঘটিত হৈছে পূব আগৰতলা আৰক্ষী থানাৰ অন্তৰ্গত ৰবিন্দ্ৰনগৰত। আজি ৰাতিপুৱাই সংঘটিত হোৱা এই ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত পশ্চিম ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক অজিত প্ৰতাপ সিঙে নৰ্থ ইষ্ট নাওক জানিবলৈ দি কয়- ‘আমালৈ অহা খবৰ অনুসৰি ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ এজন সৈনিকে গোলবাজাৰ আৰক্ষী চকীৰ অধীনৰ ৰবিন্দ্ৰনগৰৰ নিজ বাসগৃহত তেওঁৰ পত্নী, পুত্ৰ আৰু কন্যাক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰে। ঘটনাৰ অন্তৰালত কি ৰহস্য লুকুৱাই আছে সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও আমি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছো’।

উল্লেখ্য যে দুদিন পূৰ্বে উত্তৰ ত্ৰিপুৰাৰ কৈলাচহৰত সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানে নিজৰে তিনি সতীৰ্থক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰিছিল। উক্ত স্বাঞ্চল্যকৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই পুনৰ আৰক্ষী জোৱানৰ এনে কাৰ্যই স্বাভাৱিকতে সকলোকে আচৰিত কৰি তুলিছে।

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd