• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু সংগীতৰ কৰ্মৰাজিৰ ওপৰত আলোচনা চক্ৰ

চফিকুল আহমেদ by চফিকুল আহমেদ
May 6, 2018 8:12 pm
Pratimapandey
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰাৰ সাংস্কৃতিক জাগৰণ মঞ্চৰ উদ্যোগত অহা শনিবাৰে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু সংগীতৰ কৰ্মৰাজিৰ ওপৰত অনুষ্ঠিত হ’ব এখন আলোচনা চক্ৰ। লাচিত নগৰস্থিত গোৱালপাৰা সাহিত্য সভাৰ সভাগৃহত আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনিত গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডেৰ জীৱনৰ বহুতো নজনা কথা আলোচনা কৰা হ’ব।

‘এই আলোচনা চক্ৰখনত শিল্পীগৰাকীৰ পৰিয়ালৰ কমেও দুজন সদস্য উপস্থিত থাকিব বুলি নিশ্চিতি প্ৰদান কৰাৰ উপৰি আলোচনা চক্ৰখনত ভাগ ল’বলৈ তেওঁলোক যথেষ্ট আগ্ৰহী’, আয়োজক সন্থাৰ এগৰাকী সদস্য সন্দীপ চামৰীয়াই জানিবলৈ দিয়ে।

Apply Now

তেওঁ লগতে কয়- ‘গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞীগৰাকীয়ে জীৱনৰ বেছিভাগ সময়ে গৌৰিপুৰ জমিনদাৰ পেলেচত অতিবাহিত কৰিছিল। কিন্তু পেলেচৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত আমি মুঠেই সুখী নহয়। এই সম্পৰ্কে আমি চৰকাৰৰ লগত আলোচনা কৰি তেওঁ অতিবাহিত কৰা সেই পেলেচটো সংৰক্ষিত কৰাৰ লগতে হেৰিটেজ চাইট হিচাপে ঘোষণা কৰাৰ বাবে চৰকাৰক দাবী জনাম’।

সাংস্কৃতিক জাগৰণ মঞ্চৰ বিষয়ববীয়াই আজি জিলা সাংবাদিক মঞ্চৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই সকলো কথা সদৰী কৰে। সংবাদ মেলত সন্দীপ চামৰিয়াৰ উপৰি বিশিষ্ট অভিনেতা উদয় শংকৰ দে আৰু গায়ক অসীম নাথ উপস্থিত আছিল।

উল্লেখ্য যে গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডেয়ে ১৯৯১ চনত পদ্মশ্ৰী বঁটা আৰু ১৯৮৮ চনত সংগীত নাটক একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

চফিকুল আহমেদ

চফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd