• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাটাছাৰকুছিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক,২০১৬-ৰ বিৰুদ্ধে বিশাল জোঁৰ সমদল

NE NOW NEWS শশাংক তালুকদাৰ
পাঠশালা , May 18, 2018 3:08 pm

1 min read

bajali protest
81
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬খন বিৰুদ্ধে পাটাছাৰকুছিত এটা বিশাল জোঁৰ সমদল উলিওৱা হয়।  বিদেশী নাগৰিকক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব বিচৰা বিধেয়কখনৰ বিৰুদ্ধে বৃহস্পতিবাৰে আবেলি প্ৰায় ৬.৩০ বজাত  অগপ দলৰ নেতৃত্বত এটা বিশাল জোঁৰ সমদল বাহিৰ কৰা হয়।

পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ পৰা যাত্ৰা কৰি এই প্ৰতিবাদী জোঁৰ সমদলটোৱে সংশোধনী বিধেয়কৰ প্ৰক্ৰিয়া বন্ধ অগপ জিন্দাবাদ আদি শ্লোগান বিভিন্ন শ্লোগান দি পাটাছাৰকুছি বজাৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে।

পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়কতথা অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পবিন্দ্ৰ ডেকা, অগপৰ বজালী জিলা সমিতিৰ সভাপতি ড০ মনোৰৰঞ্জন দাস, আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বজালী জিলা সমিতিৰ সম্পাদক জিন্তু চৌধুৰী,বজালী জিলা সাংগঠনিক সম্পাদক হিতেশ গোস্বামী, পাটাছাকুছি সমষ্টিৰ সম্পাদকদ্বয় কমল শৰ্মা আৰু ৰাতুল ৰয়, অগপৰ কেন্দ্ৰীয় সমিতিৰ মহিলা পৰিষদৰ সম্পাদিকা বন্তি পাঠক, পাটাছাৰকুছি সমষ্টিৰ যুৱ পৰিষদৰ সম্পাদক অনু প্ৰতাপ বশিষ্ঠ, জিলা পৰিষদৰ প্ৰাক্তন সদস্য দিলীপ বৰুৱা আৰু দলীয় সগস্যসকলে এই সমদলত অংশগ্ৰহণ কৰিছিল।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd