• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাপনৰ অনুৰাগীয়ে দিচপুৰ থানাত দিয়া এজাহাৰত অসংখ্য হাস্যকৰ ভুল : স্বাক্ষৰকাৰীয়ে নিজৰ নামৰ আগত দিছে চন্দ্ৰবিন্দু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 22, 2018 11:26 pm

2 min read

IMG-20180222-WA0005

সদৌ অসম পাপনিষ্টৰ সদস্যকেইজনমান।

222
VIEWS
Share on FacebookShare on Twitter

পাপনৰ চুম্বন কাণ্ডৰ বিতৰ্ক চলি থকাৰ মাজতে আজি শিল্পীগৰাকীৰ সমৰ্থনত তেওঁৰ কিছু সংখ্যক অনুৰাগী ওলাই অহা দেখা গ’ল। সদৌ অসম পাপনিষ্ট নামৰ অনুৰাগী সংঘ এটাই আজি পাপনে নাবালিকা ছোৱালী এজনীক চুম্বন কৰা দৃশ্য সম্বলিত এই ভিডিঅ’টো আংশিকভাৱে প্ৰচাৰ কৰি আৰু ইয়াৰ সৈতে অশ্লীল শব্দৰ শিৰোনাম দি ফেচবুক পেইজত আপলোড কৰি পাপনক বদনামী কৰিবলৈ চেষ্টা কৰা বুলি দিচপুৰ আৰক্ষী থানাত এজাহাৰ দিয়ে।

Angarag_3
সদৌ অসম পাপনিষ্টে দিচপুৰ থানাত দিয়া এজাহাৰখন।

এজাহাৰ খনত এটা বাতৰি চেনেল তথা ফেচবুক পেইজৰ বিৰুদ্ধে পাপনিষ্টসকলে এই অভিযোগ আনিছে। কিন্তু হাস্যকৰ কথাটো হ’ল অসমীয়াতে লিখা, এশটামান শব্দৰ এই এজাহাৰখনত ভুলৰ সংখ্যা আৰু ধৰণে আমোদ দিব পাৰে বহুতকে।

লগতে ভবাই তুলিছে আমাৰ নৱ প্ৰজন্ম কেনেকুৱা স্তৰৰ জ্ঞানৰ অধিকাৰী।

তেওঁলোকে এজাহাৰখনত লিখা কেতবোৰ শব্দ ‘হলি ছেলিভেছন’, ‘এজনী ১১ বছৰীয়াই ছোৱালী প্ৰতিযোগে গালত’, ‘ৰং শাণি’, ‘ফেছবুক প্ৰেছত’, ‘বিক্ৰীত মন্তব্য’, ‘ব্যপি কৰে’, ‘সমাজত বিৰূৎ প্ৰভা পেলাই’।

এইবোৰ হাস্যকৰ ভুলেৰে লিখিয়ে এৰা নাই এজাহাৰ দিওঁতাসকলে। শেষত স্বাক্ষৰকাৰীসকলৰ এজনে নিজৰ নামৰ আগত  ঁ (চন্দ্ৰবিন্দু) ও লগাই দিছে, যিটোৰে ‘স্বৰ্গীয়’ অৰ্থ বুজোৱা হয়, অৰ্থাৎ মৃত লোকৰ নামৰ আগতহে যিটো ব্যৱহাৰ কৰা হয়।

 

উল্লেখযোগ্য যে যোৱা ২০ ফেব্ৰুৱাৰিত এটা ৰিয়েলিটি শ্বৰ সময়ত অসমৰ জনপ্ৰিয় গায়ক পাপন অংগৰাগ মহন্তই এগৰাকী নাবালিকাক আপত্তিকৰভাৱে চুমা খোৱাক লৈ ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে এই আচৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ দিছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd