• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পিয়াহৰ এটুপি পানী : হোজাইৰ এন আৰ চি কেন্দ্ৰত বিনামূলীয়াকৈ যোগান নীলবাগান যুৱ সমাজৰ

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , April 25, 2018 8:09 pm

1 min read

hojai assam
76
VIEWS
Share on FacebookShare on Twitter

হোজাই জিলাৰ নীলবাগান আৰু ডবকাৰ এন আৰ চি সেৱা কেন্দ্ৰত আজি ২৫ এপ্ৰিলৰ পৰা বিনামূলীয়াকৈ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছে নীলবাগান যুৱ সমাজ নামৰ এক সংগঠনে।

এন আৰ চি সেৱা কেন্দ্ৰলৈ বংশবৃক্ষ পৰীক্ষণৰ বাবে দূৰ-দূৰণিৰ পৰা অহা লোকসকলক পিয়াহৰ এটুপি পানী যোগানৰ বাবে এই ব্যৱস্থা কৰা হৈছে।

নীলবাগান যুৱ সমাজৰ বাচিত আলম চৌধুৰী আৰু কাফিলুদ্দিন বৰভূঞাই জনাই ‘দূৰণিৰ পৰা অহা লোকসকলক সহায় কৰাটোৱেই আমাৰ উদ্দেশ্য। আমাৰ এই ধনাত্মক কাৰ্য্যসূচীটোৰ পৰা আনসকলেও প্ৰেৰণা লৈ সমাজৰ কল্যাণৰ বাবে আগবাঢ়ি অহাটো আমি আশা কৰো।’

নীলবাগান যুৱ সমাজৰ অনম হুছেইন, মুস্তাফা আল আমিন, ৰাজীৱ হুছেইন, ৰফিকুদ্দিন আৰু মেহবুব হুছেইনৰ বৰঙণিৰে এই কাৰ্য্যসূচীটো সফলকাম হৈছে বুলি জনাইছে সংগঠনটোৱে।

এন আৰ চি কেন্দ্ৰলৈ অহা লোকসকলৰ লগতে কেন্দ্ৰৰ বিষয়াসকলেও নীলবাগান যুৱ সমাজৰ এই কামক ভূয়সী প্ৰশংসা কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd