• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ দাবীৰে বজালীত বিশ্ব পৰিৱেশ দিৱস পালন

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
June 5, 2018 9:20 pm
environmenmt day bajali
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে বজালীতো আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি মানুহৰ জীৱনত সেউজীয়া পৰিৱেশৰ প্ৰয়োজনীয়তাৰ বিষয়ে এক বিশ্বজনীন সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয়। পৰিৱেশ সংৰক্ষণ কোনো চৰকাৰ, সংস্থা বা কোনো ব্যক্তিৰ একক চেষ্টাত নহয়, বিশ্বৰ প্ৰত্যেক নাগৰিকেই নিজৰ নিজৰ পৰিৱেশ ৰক্ষা কৰিলেহে বিশ্বৰ পৰিৱেশ সংৰক্ষিত হৈ থাকিব।

এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ‘প্লাষ্টিক প্ৰদূষণ ৰোধ কৰক’।

Apply Now

বজালীত আজি বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰিছে  পাঠশালা ৰঙলী বিহু সন্মিলনীয়ে। ইয়াত সহযোগ কৰিছে গ্ৰীন মিশ্যন, প্ৰকৃতি-এক-প্ৰশস্ত আৰু বজালী মহাবিদ্যালয়ে।

এই অনুষ্ঠানত পাঠশালাত সমৱেত হোৱা ৰাইজৰ মাজত ৩০০ গছপুলি বিতৰণ কৰা হয়।

অসমৰ ব্ৰেণ্ড এম্বেছেডৰ, বজালী গ্ৰীন মিশ্যনৰ সঞ্চালক প্ৰকৃতিপ্ৰেমী আনন্দ খাটনিয়াৰ। ভাৰতীয় জীৱন বীমা নিগমৰ পাঠশালা শাখাৰ কৰ্মচাৰী খাটনিয়াৰে প্ৰদূষণৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছে । আজি তেওঁ সমগ্ৰ বজালী মহকুমাত প্লাষ্টিক নিষিদ্ধ কৰাৰ দাবী তোলে।

এই কাৰ্যসূচীৰ অন্তৰ্গত এটা বিৰাট চাইকেল শোভাযাত্ৰা বাহিৰ কৰা হয় আৰু ইয়াত পাঠশালাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

বজালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ মকুমাৰ মহন্ত মহকুমা আৰক্ষী বিষয়া তিলেশ্বৰ শইকীয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আনন্দ খাটনিয়াৰে এই বাৰে-ৰহণীয়া কাৰ্যসূচীটো উদ্বোধন কৰে।

সভাত সভাপতিত্ব কৰে পাঠশালা সৃষ্টিৰ সঞ্চালক শ্ৰী গৌতম তালুকদাৰে। মুখ্য অতিথি হিচাপে উপস্থিত আছিল বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হেমচন্দ্ৰ হালৈয়ে। তেখেতে প্লাষ্টিকৰ ব্যৱহাৰে পৰিৱেশত কেনেদৰে বিৰূপ প্ৰভাৱ পেলায় তাক বহলাই ব্যাখ্যা কৰে। তেওঁ গোলকীয়া উষ্ণতা ৰোধ কৰাৰ বাবে প্লাষ্টিক নিষিদ্ধ কৰা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

স্বচ্ছতা অভিযানৰ অংশ হিচাপে অৱসৰপ্ৰাপ্ত অধ্যাপক হেমচন্দ্ৰ হালৈয়ে সাদেৰী ৰাজ্যিক চিকিৎসালয়ক প্লাষ্টিক মুক্ত এলেকা হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দিয়ে। এই অনুষ্ঠানত থাকি অনুষ্ঠানৰ শোভাবৰ্ধন কৰিছিল ড০ শশাংক চৌধুৰী, ড০ ত্ৰিসংক কলিতা,ড০ শ্বেহনাজ আহমেদ আৰু যুৱ-কৰ্মী গুণজিৎ তালুকদাৰে। অনুষ্ঠানৰ সমন্বয়ক পাঠশালা সৃষ্টিৰ সম্পাদক আছিল শ্ৰী কবীন্দ্ৰ ঠাকুৰীয়া।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd