• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰচাৰ পত্ৰিকা বিতৰণেৰে ৰাজ্যত হিজবুল মুজাহিদীনৰ ভয়াৱহ তৎপৰতা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2018 12:46 pm
hijbul
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইছিছৰ পতাকা উদ্ধাৰ হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই নামনি অসম আৰু বৰাক উপত্যকাত হিজবুল মুজাহিদীনৰ সাংগঠিনক তৎপৰতা বৃদ্ধিৰ বাতৰিয়ে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

শেহতীয়াকৈ অসমত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনে ইছলাম ধৰ্মাৱলম্বী যুৱকসকলক আকৃষ্ট কৰাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰাৰ চোৰাংচোৱা প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰক সতৰ্ক কৰি দিছে।কেন্দ্ৰৰ এই সতৰ্কবাণীৰ পাছতে এতিয়া জোকাৰণিৰ সৃষ্টি হৈছে অসম আৰক্ষীত।সম্প্ৰতি চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে ৰাজ্য চৰকাৰলৈ হাই এলার্ট জাৰি কৰিছে৷

Apply Now

উল্লেখযোগ্য যে চোৰাংচোৱা বিভাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক দাখিল কৰা প্ৰতিবেদন অনুসৰি  হিজবুল মুজাহিদীন নামৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে অসমৰ সংখ্যলঘু অধ্যুষিত অঞ্চল ধুবুৰী, বৰপেটা আৰু খাৰুপেটীয়াত শ্লীপাৰ চেলৰ সদস্যভৰ্তিৰ বাবে আৰম্ভ কৰিছে তীব্ৰ অভিযান। ইয়াৰ বাবে সংগঠনটোৱে জেহাদৰ বাবে মুছলমান যুৱকসকলক উদ্দেশ্যি বিতৰণ কৰিছে বিভিন্ন প্ৰচাৰ পত্ৰিকাৰ।

অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত পূর্বতকৈ অধিক তৎপৰ হৈছে হিজবুল মুজাহিদীন, জামাতুল মুজাহিদীন অৱ বাংলাদেশ চমুকৈ জে এম বি আৰু মালটা আদি ইছলামিক সন্ত্ৰাসবাদী সংগঠন৷

আফগানিস্তানৰ সন্ত্রাসবাদী সংগঠন তালিবান, বিশ্বত্রাস আল-কায়দা আৰু আইছিছৰ কার্যকলাপৰ প্রতি সমর্থন ব্যক্ত কৰি বঙালী ভাষাত প্রকাশিত ‘আফগানিস্তানে আমি আল্লাহকে দেখছি’ শীর্ষক পুস্তিকা এখন বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আদি জিলাত বিতৰণৰ বাতৰি পোহৰলৈ আহিছে৷ ইয়াৰ উপৰি ‘পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া’ নামৰ সাম্প্রদায়িক সংগঠনটোৱে ৰাজ্যৰ বাংলাদেশী মূলৰ মুছলমান অধ্যুষিত এলেকাসমূহত সাম্প্রদায়িক বিষবাষ্প বিয়পাই মুছলমান যুৱকক সন্ত্রাসবাদী সংগঠনৰ প্রতি আকর্ষিত কৰিবলৈ চেষ্টা চলাইছে৷ সমাজ সেৱাৰ অচিলা লৈ এই সংগঠনটোৱে সন্ত্রাসবাদী গোটৰ ‘শ্লিপাৰ চেল’ হিচাপে কাম কৰি অহাৰ বাতৰিৰ ভিত্তিতে পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়াৰ সন্দেহজনক গতি-বিধিৰ ওপৰত অসম আৰক্ষীয়ে তীক্ষ্ন দৃষ্টি ৰাখিছে৷

যমুনামুখৰ কামেৰ উজ জামান নামৰ যুৱক এজন হিজবুল মুজাহিদীনত যোগদানৰ বাতৰিয়ে প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ সময়তে হিজবুল মুজাহিদীনৰ এই কুচকাৱাজ চিন্তনীয়।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত চকু ৰাখিবলৈ অসম আৰক্ষীয়ে এটা বিশেষ গোট গঠন কৰিছে৷ অহা ১ জুনৰ পৰা সাম্প্রদায়িক মন্তব্যৰে বিদ্বেষ সৃষ্টি কৰাসকলৰ বিৰুদ্ধে পোনছাটেই গোচৰ ৰুজু কৰিব অসম আৰক্ষীয়ে৷ সংখ্যালঘু অধ্যুষিত কেইখনমান জিলাত খোপনি পোতাৰ চেষ্টা কৰি থকা হিজবুল মুজাহিদীনৰ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে প্ৰতিখন জিলাৰ আৰক্ষীৰ অধীক্ষকসকলক অভিযান চলোৱাৰ নিৰ্দেশ দিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd