• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথমবাৰৰ বাবে নাগালেণ্ডত আৰম্ভ হ’ব বাঘৰ পিয়ল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2018 1:21 pm

1 min read

TIGER
143
VIEWS
Share on FacebookShare on Twitter

অল ইণ্ডিয়া টাইগাৰ এষ্টিমেশ্যন চমুকৈ এ আই টি ই ২০১৮ৰ অংশ হিচাপে নাগালেণ্ডত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ব বাঘৰ পিয়ল।

বন পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অন্তৰ্গত বন্যপ্ৰানী গোট এটাৰ পৰিচালনাত এই পিয়ল অনুষ্ঠিত হ’ব। এক প্ৰেছ বিবৃতিযোগে এই তথ্য প্ৰকাশ কৰিছে কিফিৰেৰ ৱাৰ্ডেন, আইএফএছ সুমন ডব্লিঅ এম শিৱাচৰে।

উল্লেখ্য যে বাঘৰ পিয়ল কাৰ্য সুচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে যোৱা ৯ ফেব্ৰুৱাৰিত এ আই টি ইৰ সদস্যসকলৰ বাবে ডিমাপুৰত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত প্ৰশিক্ষণৰ সময়ছোৱাত বাঘৰ পিয়ল সন্দৰ্ভত বিভিন্ন তথ্য বিশ্লেষণৰ লগতে এক আখৰাও (mock drill )অনুষ্ঠিত কৰা হয়। প্ৰশিক্ষণ শিবিৰটোত মুঠ ২৫ জন সদস্যক বাঘৰ পিয়ল কেনে ধৰণে কৰা হয় তথা এই ক্ষেত্ৰত গ্ৰহণ কৰিব লগীয়া বিশেষ ব্যৱস্থা সমূহ কি কি সেয়া অৱগত কৰা হয়।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কিফিৰেৰ ৱাৰ্ডেন, আইএফএছ সুমন ডব্লিঅ এম শিৱাচৰে ইয়াৰ পূৰ্বে ২০০৬, ২০১০, ২০১৪ অৰ্থাৎ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে সমগ্ৰ দেশত বাঘৰ পিয়ল অনুষ্ঠত কৰি আহিছে।

ৰাজ্যখনত বাঘৰ পিয়ল সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলোৰে সহায় সহযোগিতা কামনা কৰিছে বন বিভাগে।

Recent News

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

Priyanka-Gandhi-750x375

অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, পোনে পোনে গ’ল কামাখ্য মন্দিৰলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd