• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰেমিকাক বলাৎকাৰ আৰু প্ৰতাৰণাৰ অভিযোগত ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড ভণ্ড প্ৰেমিকক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 28, 2018 7:27 am

2 min read

bars-pic-570x320
83
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰিৰ ছমু তপ্ন নামৰ এজন লোকক প্ৰেমিকাক যৌন আতিশয্য চলোৱাৰ লগতে প্ৰতাৰণা কৰাৰ অভিযোগত ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে।

‘দ্য টাইমছ অব ইণ্ডিয়া’ত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে ওদালগুৰি জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে নিম্ন আদালতৰ ৰায় বাহাল ৰাখি এই ৰায় দান কৰিছে। সত্ৰ ন্যায়ালয়ে অতিৰিক্তভাৱে এই ভণ্ড প্ৰেমিক ছমুক ৫০০০ টকাৰ জৰিমনাও বিহিছে।  এই জৰিমনা অনাদায়ে ছমুৱে অতিৰিক্ত এবছৰ আৰু এমাহৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব বুলি ৰায়টোত উল্লেখ কৰা হৈছে।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ২০১৭ৰ জানুৱাৰিত বলাৎকাৰ বলি ১৯ বছৰীয়া কিশোৰীৰাকীয়ে অভিযুক্ত ছামুৰ বিৰুদ্ধে আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। ইয়াৰ পূৰ্বে অভিযুক্ত ছামুৱে পানেৰীৰ এখন গাঁও সভাত অপৰাধ স্বীকাৰ কৰিছিল। ছামুৱে বলাৎকাৰীজনৰ দ্বাৰা সন্তানসম্ভৱা হোৱা সত্তেও তেওঁক বিয়া কৰাবলৈ অমান্তি হোৱাৰ পাছত নিৰ্যাতিতাগৰাকী আৰক্ষীৰ দ্বাৰস্থ হৈছিল।

এটা সূত্ৰত প্ৰকাশ, ‘‘নিৰ্যাতিতাগৰাকীয়ে কৈছে যে ২০১৫ৰ বৰদিনৰ দিনা কিশোৰীগৰাকীক অভিযুক্তই তেওঁৰ ঘৰলৈ মাতি নি বিবাহৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। অভিযুক্তই কিশোৰীগৰাকীক বিষয়টো কাৰো ওচৰত প্ৰকাশ নকৰিবলৈ ভয় দেখুওৱা হেতুকে তেওঁ কথাটো আনকি পিতৃ-মাতৃৰ ওচৰতো প্ৰকাশ কৰা নাছিল। কিন্তু তেওঁ সন্তানসম্ভৱা হোৱাৰ পাছত মাকক সকলো খুলি কয়। তাৰ পাছতেই গাঁৱত এখন বিচাৰসভা অনুষ্ঠিত হয় আৰু তাতে অভিযুক্তই সকলো দোষ স্বীকাৰ কৰে। কিন্তু অভিযুক্তই কিশোৰীগৰাকীক বিয়া কৰাবলৈ অমান্তি হ’য় আৰু তাৰ পাছত নিৰ্যাতিতাই অভযুক্তৰ বিৰুদ্ধে গোচৰ তৰে।’’

আদালতে ৰায়দান কৰাৰ লগতে পৰ্যৱেক্ষণ কৰে, ‘‘ সাম্প্ৰতিক ঘটনাটোত অভিযুক্তই নিৰ্যাতিতাগৰাকীক বিবাহৰ মিছা প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। এই কথা স্পষ্ট যে অভিযুক্তৰ নিৰ্যাতিতাগৰাকীক বিয়া কৰোঁৱাৰ কোনো অভিপ্ৰায় নাছিল, কেবল যৌন সম্পৰ্ক স্থাপন কৰাৰ বাবে তেওঁৰ পৰা সন্মতি আদায় কৰিছিল মাথোঁ।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd